• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূজা মণ্ডপত বাগদেৱীৰ বন্দনাৰ ঠাই ল’লে নাগৰিকত্ব বিধেয়কৰ প্ৰতিবাদৰ ভাষাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 10, 2019 11:23 pm
Swaraswati Puja News Photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

সৰস্বতী পূজা উপলক্ষে বাগদেৱীক আৰাধনাৰ মাজত কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে তল পৰিবলৈ নিদিলে অসমীয়া জাতিৰ অস্তিত্বৰ সংকট নমাই আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থকা তেওঁলোকৰ প্ৰতিবাদৰ কণ্ঠক।

দুয়োখন বিশ্ব বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীসকলে পুৱাৰ পৰাই আহি বাগদেৱীৰ আশীৰ্বাদ লোৱাৰ সমান্তৰালকৈ জাতিধ্বংসী বিধেয়কখন ৰাজ্যসভাত গৃহীত নহ’বৰ বাবে দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা-প্ৰাৰ্থনা জনায়।

বিধেয়কখনৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ নিৰন্তৰ প্ৰতিবাদৰ চানেকি বহন কৰি কটন বিশ্ব বিদ্যালয়ৰ পূজা-মণ্ডপৰ সনমুখত লাগি থকা দেখা গ’ল ‘we oppose Citizenship Amendment Bill-2016’ লিখি ৰখা ফলক।

কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকে নৰ্থ ইষ্ট নাওৰ আগত কয় যে কালি মোদীয়ে চাংসাৰিত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’বই বুলি কৰা মন্তব্যক প্ৰত্যাহ্বান জনাই এনেদৰে পূজাৰ দিনটোতো প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখনৰ জৰিয়তে অসম আৰু অসমীয়াৰ প্ৰতি ভাবুকি নমাই আনিছে বুলিও সাধাৰণ সম্পাদকজনে মন্তব্য কৰে।

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়তো একেই পৰিবেশে বিৰাজ কৰিলে। বিশ্ববিদ্যালখনতো দেবীক পূজা-অৰ্চনাৰ সমান্তৰালকৈ বিধেয়কৰ বিৰুদ্ধে আৰ চি চি-২ বয়জ হোষ্টেলৰ আৱাসী ছাত্ৰ-ছাত্ৰীয়ে চিত্ৰৰ মাধ্যমেৰে সাব্যস্ত কৰে অভিনৱ প্ৰতিবাদ।

এখন ক’লা কাপোৰত ডাঙৰকৈ উত্তৰ-পূৰ্বাঞ্চলৰ মানচিত্ৰ অংকন কৰি ‘জয় আই অসম’ লিখি ৰখাৰ লগতে উত্তৰ-পূূবৰ ৮খন ৰাজ্যৰ ৰাজ্যিক ভাষাত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-অৰ বিৰোধিতা কৰো’ বুলি পোষ্টাৰ লগায় পূজাস্থলীত।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ইয়াৰ পূৰ্বেও অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুত, সদ্য সমাপ্ত অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন আৰু অন্যান্য অনুষ্ঠানৰ সময়তো নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে অসমৰ জনগণে নিৰন্তৰ আৰু দ্ব্যৰ্থহীন প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd