• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুকলি হ’ল ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসম

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2020 9:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উদ্যোগ, প্ৰতিষ্ঠান আৰু বৃত্তিধাৰী সংস্থাৰ লগতে ইভেণ্ট আৰু অনুভাৱত্মক মাৰ্কেটিং উদ্যোগৰ হৈ কাম কৰা স্বায়ত্ত সংস্থা ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসম (ইএমএএ) আজি গুৱাহাটীৰ হোটেল ৰেডিচনত আনুষ্ঠানিকভাৱে মুকিল কৰা হয়।

ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমৰ মুকিল এক নতুন যুগৰ আৰম্ভণিৰূপে পৰিচিত হ’ব, যিয়ে অসমত অহা বছৰসমূহত ইভেণ্ট উদ্যোগৰ বিকাশ সাধন কৰিব।

Apply Now

উদ্যোগ প্ৰতিষ্ঠান সমূহৰ কণ্ঠস্বৰ হোৱাৰ ধাৰণা এটা সজাই ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমক গঠন আৰু মুকিল কৰা হৈছে।

এছ’চিয়েছন অৱ অসমৰ এখন কমিটিও গঠন কৰা হৈছে। ইভেণ্ট মেনেজাৰ এছ’চিয়েছন অৱ অসমৰ সভাপিতৰূপে থাকিব চিষ্টেম আৰু ছাৰ্ভিছৰ মানস কুমাৰ শৰ্মা।

তেওঁৰ উপৰি কমিটিখনত থাকিব আৰিয়ান্স ইভেণ্টছ ছলিউছন ( Aryans Events Solution) ৰ সাধাৰণ সম্পাদক চম্পক দাস, গ্ৰেণ্ড এফিয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ কোষাধক্ষ্য অভয় কুমাৰ বাৰজাতিয়া (Abhay Kumar Barjatiya)।

ইয়াৰ উপৰি কমিটিত থাকিব পৰামৰ্শদাতা, যুটীয়া সম্পাদক, আঞ্চলিক সম্পাদক, প্ৰচাৰ সম্পাদক। যিয়ে নিজ নিজ কাৰ্যৰে আগুৱাই নিব ইএমএএক।

ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমৰ মূল উদ্দেশ্যে হৈছে অসমৰ ইভেণ্ট উদ্যোগক একত্ৰিত কৰি পিছত উত্তৰ পূব আৰু ৰাষ্ট্ৰীয় স্তৰলৈ কঢ়িয়াই লৈ যোৱা।

এছ’চিয়েছনৰ প্ৰাথমিক কৰ্তব্যৰূপে থাকিব উদ্যোগৰ প্ৰচাৰ, ৰাজহুৱা আৰু ব্যক্তিগত নীতিৰ ওকালিত কৰা, অনুষ্ঠান আয়োজনৰ প্ৰশিক্ষণ, নেটৱৰ্ক গঢ়াৰ বাবে বিশেওষ পৰামৰ্শ তথ্য বিতৰণ কৰা।

যিহেতু ইভেণ্ট মেনেজমেণ্ট উদ্যোগটো অসমত বিকশিত আৰু প্ৰসাৰ লাভ কৰা, সেয়ে ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমে এইবোৰলৈ বৃত্তিগত সমৰ্থনৰ ক্ষেত্ৰত এক ক্ৰমবৰ্ধমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ইভেণ্ট মেনেজমেণ্ট পেছাদাৰীসকলৰ নিৰন্তৰ বিকাশ আৰু সফলতা নিশ্চিত কৰিব।

ইভেণ্ট উদ্যোগটোৱে আমাৰ অৰ্থনীতিত চলাই নিয়া আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে।

ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৪০ জনতকৈ অধিক সদস্য আছে আৰু এই খণ্ডত সহস্ৰাধিকক কৰ্মসংস্থাপন দিয়াৰ অৱদান আছে।

তেওঁলোকৰ বহুতো সদস্য কোম্পানি গ্ৰাম্য খণ্ডত কাম কৰি আছে আৰু চৰকাৰী কণ্ডৰ উপৰি জনতাৰ মাজত মাইল সংযোগ সাধনাত ভূমিকা বহন কৰি আছে।

অসমত ইভেণ্ট উদ্যোগটো দ্ৰুত বিকাশৰ উপৰি গুৰুত্বপূৰ্ণ পথেৰে আগুৱাই আছে।উৎসৱ আৰু পাৰ্টী আয়োজনতে সীমাবদ্ধ নাথাকি অসমৰ বিকাশত অংশীদাৰ হৈ পৰিছে।

এক গতিশীল খণ্ডৰূপে দশকৰ পিছত প্ৰাণ পাই উঠিছে ইভেণ্ট মেনেজমেণ্ট খণ্ড। যিদৰে ইভেণ্টৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, তাৰ পৰা ন ন অনুভৱো লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd