• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ লামডিং বনাঞ্চলত উচ্ছেদ অভিযান প্ৰশাসনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2021 1:08 pm
Eviction drive in Lumding forest area
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰং জিলাৰ গৰুখুঁটিৰ উচ্ছেদৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লামডিং সংৰক্ষিত বনাঞ্চলত বেদখলৰ কথা উল্লেখ কৰি শীঘ্ৰে এই বনাঞ্চলত উচ্চেদ অভিযান চলোৱা হ’ব বুলি ঘোষণা কৰিছিল।

এই ঘোষণাৰ পাছতে আজি পুৱা সংৰক্ষিত বনাঞ্চলখনত বেদখল উচ্ছেদৰ বাবে সেনা বাহিনীসহ উপস্থিত হৈছে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, বন বিষয়াকে ধৰি জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল।

বনাঞ্চলখনৰ ভেটনালা আৰু কমৰপানীৰ বেদখল স্থলীত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে।

উচ্ছেদ অভিযান চলাবলৈ যোৱা আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াইছে দখলকাৰীসকলে। উচ্ছেদৰ পূৰ্বেই জাননী প্ৰেৰণ কৰি জিলা প্ৰশাসনে দখলকাৰীসকলক সেই স্থান এৰি যাবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল। সেই নিৰ্দেশনা অনুসৰিয়েই দখলকাৰীসকলে সংৰক্ষিত বনাঞ্চলখনৰ দখলকৃত ভূমি ত্যাগ কৰি আন স্থানত গৈ অৱস্থান কৰিছে।

আনহাতে একাংশ লোকে দাবী কৰিছে তেওঁলোক সেই স্থানৰ স্থায়ী বাসিন্দা। কেইবা বছৰ ধৰি তেওঁলোক সেই স্থানত বসবাস কৰি আছে।

Apply Now

ইফালে একাংশ লোকে ধনৰ বিনিয়মত সংৰক্ষিত বনাঞ্চলখনত ধনৰ বিনিময়ত ভূমিৰ আদান-প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। ১০ বিধা বনাঞ্চলৰ ভূমি ১ লাখ টকাত বিক্ৰী কৰাৰ অভিযোগ উঠিছে। মৰিগাওঁ, নগাওঁ আদি দাঁতিকাষৰীয়া অঞ্চলৰ বান বিধ্বস্ত এলেকাৰ ভূমিহীন লোকক একাংশ লোকে ধনৰ বিনিময়ত লামডিং সংৰক্ষিত বনাঞ্চলত আনি সংস্থাপিত কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।

ইফালে উচ্ছেদৰ পূৰ্বে জিলা উপায়ুক্ত গৰাকীয়ে কয় য়ে, দাঁতিকাষৰীয়া জিলাৰ পৰা যিসকল ভূমিহীন লোকে সংৰক্ষিত বনাঞ্চলখনত আহি ভূমি দখল কৰি আছিল তেওঁলোকক ভূমি আবণ্টন দিবলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিব। উল্লেখ্য যে লামডিং সংৰক্ষিত বনাঞ্চলখনৰ ৫০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিব প্ৰশাসনে। দুদিন ধৰি উচ্ছেদ অভিযান চলিব বুলি প্ৰশাসনৰ ফালৰ পৰা জানিবলৈ দিয়ে।

উচ্ছেদ স্থলীত হ’ব পৰা যিকোনো অনাকাঙ্ক্ষিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। অৱশ্যে বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে চলি আছে উচ্ছেদ অভিযান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd