• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীসকলৰ সৈতে প্ৰধান মন্ত্ৰীৰ বৈঠক: দুখনত বাহিৰে লকডাউন প্ৰত্যাহাৰৰ পক্ষত সকলো ৰাজ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2020 1:09 pm
pm_505_030420083031_050420093326_270420092859 new

মুখ্য মন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হোৱা বৈঠকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সোমবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কোভিড-১৯ লকডাউন সম্পৰ্কত মুখ্য মন্ত্ৰীসকলৰ মতামত বিচৰা হয়।

মেঘালয় আৰু হিমাচল প্ৰদেশৰ বাহিৰে বাকী সকলোবোৰ ৰাজ্যই কোভিড-১৯ লকডাউন উঠাই দিয়াৰ পক্ষত মতামত ৰাখিছে।

Apply Now

বৈঠকত সকলো ৰাজ্যৰ মুখ্য মন্ত্ৰী উপস্থিত থাকে যদিও কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ লোৱা ৰাজ্যৰ মুখ্য মন্ত্ৰীসকল আৰু প্ৰধান মন্ত্ৰীৰ মাজতহে পোনপটীয়াকৈ বাৰ্তালাপ হয় আৰু সময়ৰ নাটনিৰ বাবে ইয়াৰে ৯জন মুখ্য মন্ত্ৰীয়েহে কথা পাতিবলৈ সক্ষম হয়।

প্ৰধান মন্ত্ৰীৰ সৈতে কথা পতা মুখ্য মন্ত্ৰীসকলৰ ভিতৰত আছে মেঘালয়, মিজোৰাম, পুডুচেৰী, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, উৰিষ্যা, বিহাৰ, গুজৰাট আৰু হাৰিয়ানাৰ মুখ্য মন্ত্ৰী।

আনহাতে, বাকী মুখ্য মন্ত্ৰীসকলক তেওঁলোকৰ বক্তব্য লিখি পঠাবলৈ কোৱা হৈছে।

প্ৰথমতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই কয় যে ৰাজ্যখনে আন্ত:ৰাজ্যিক তথা আন্ত:জিলা যাতায়তৰ নিষেধাজ্ঞাৰে ৩মে’ৰ পিছলৈকে লকডাউন অব্যাহত ৰাখিব বিচাৰে। অৱশ্যে, অত্যাৱশ্যকীয় সেৱাসমূহৰ লগতে জৰুৰী চিকিৎসাৰ বাবে অনুমতি থাকিব।

মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাই কেন্দ্ৰই যি সিদ্ধান্ত লয় তাকেই অনুসৰণ কৰিব বুলি জানিব দিয়ে।

ইপিনে, পুডুচেৰীৰ মুখ্য মন্ত্ৰী ভি নাৰায়নাস্বামীয়ে ৰাজ্যখনৰ স্বাস্থ্যসেৱাৰ কৰ্মীসকলৰ বাবে পিপিই তথা আন চিকিৎসা সামগ্ৰী আগবঢ়োৱাৰ বাবে কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰে। তেওঁ ৩ মে’ত লকডাউনৰ অন্ত পৰাৰ পাছত উদ্যোগসমূহ আৰম্ভ কৰাৰ ইচ্ছা প্ৰকাশ কৰে আৰু কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা বিত্তীয় সাহায্য বিচাৰে।

উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱাটে সকলো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰি পৰ্যায়ক্ৰমে ব্যৱসায় তথা বাণিজ্যিক কামকাজ আৰম্ভ কৰা উচিত বুলি মত পোষণ কৰে। তেওঁ বৈঠকত বিকাশৰ বাবে অৰ্থনৈতিক সঞ্জীৱন মুখ্য বিষয় বুলি দোহাৰে।

আনহাতে, হিমাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী জয়ৰাম ঠাকুৰে কয় যে ৰাজ্য চৰকাৰে এতিয়া অৰ্নৈতিক কাৰ্যকলাপ আৰম্ভ কৰাৰ স্থিতি লাভ কৰিছে। তেওঁ অৱশ্যে আন ৰাজ্যসমূহৰ বিষয়সমূহ বিবেচনা কৰি লকডাউন অব্যাহত ৰখা উচিত বুলি কয়।

উল্লেখযোগ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধনে দেওবাৰে কৈছিল যে দেশত ৩০০খন কৰ’নামুক্ত জিলা আছে আৰু আন ২৯৭খন জিলাত কোনো হটস্পট বা পাঁচটাতকৈ অধিক ঘটনা পোৱা সৰু অঞ্চল নাই।

তেওঁ জানিবলৈ দিয়া মতে, দেশৰ মাত্ৰ ১২৭খন জিলাতহে কোভিড-১৯ ৰে’ড জ’ন আছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd