• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰাক্তন সেনা প্ৰধানৰ অপ্ৰকাশিত কিতাপক লৈ লোকসভাত ৰাহুল গান্ধীৰ বিস্ফোৰক মন্তব্য আৰু তীব্ৰ হুলস্থুল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2026 9:00 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত আলোচনা চলি থকাৰ সময়তে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দ্য কাৰাভান আলোচনীৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি ভাষণ আৰম্ভ কৰাৰ লগে লগে সদনত হুলস্থুল আৰম্ভ হয়। এই প্ৰতিবেদনত প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ নাৰভানেৰ অপ্ৰকাশিত আত্মজীৱনী ফোৰ ষ্টাৰছ অৱ ডেষ্টিনিৰ কিছু অংশৰ বিষয়ে উল্লেখ কৰা হৈছিল। ৰাহুল গান্ধীয়ে দাবী কৰে যে ২০১৭ চনৰ ডকলাম বিবাদৰ সময়ত চীনৰ টেংক ভাৰতীয় ভূখণ্ডৰ কেইশ মিটাৰমান কাষ চাপি আহিছিল। তেওঁৰ এই মন্তব্যই শাসকীয় পক্ষক ক্ষুব্ধ কৰি তোলে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীৰ ভাষণত বাধা প্ৰদান কৰি তীব্ৰ আপত্তি দৰ্শায়। ৰাজনাথ সিঙে কয় যে যিখন কিতাপ এতিয়ালৈকে প্ৰকাশেই হোৱা নাই, সেইখনৰ উদ্ধৃতি দিয়াটো অনুচিত। তেওঁ ৰাহুল গান্ধীক সেই কিতাপখন সদনত দাখিল কৰিবলৈ প্ৰত্যাহ্বান জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও স্পষ্ট কৰি দিয়ে যে সংসদীয় নিয়ম অনুসৰি সদনৰ কাম-কাজৰ সৈতে সম্পৰ্ক নথকা কোনো আলোচনী বা বাতৰি কাকতৰ লেখাৰ উদ্ধৃতি দিয়াটো নিষিদ্ধ। ইয়াৰ পাছতো ৰাহুল গান্ধীয়ে নিজৰ স্থিতিত অটল থাকি কয় যে তেওঁৰ হাতত থকা তথ্যসমূহ সম্পূৰ্ণ সত্য আৰু তেওঁ ইয়াত কোনো মিছা কথা কোৱা নাই।

Apply Now

ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰে যে এই অপ্ৰকাশিত তথ্যবোৰক লৈ চৰকাৰ কিয় ইমান শংকিত হৈ পৰিছে। তেওঁ কিতাপখনৰ পোনপটীয়া উদ্ধৃতি নিদিয়াকৈ আলোচনা কৰিবলৈ বিচাৰিছিল যদিও অধ্যক্ষই তাৰ অনুমতি নিদিলে। এই বাকবিতণ্ডাৰ মাজতে সদনত হুলস্থুল ইমানেই বাঢ়ি যায় যে কাৰ্য্যবিধি স্থগিত ৰাখিবলগীয়া হয়। বিয়লি ৪ বজাত পুনৰ সদন আৰম্ভ হৈছিল যদিও বিশৃংখলতাৰ বাবে মাত্ৰ দহ মিনিটৰ ভিতৰতে মঙলবাৰে পুৱালৈকে সদনৰ কাম-কাজ স্থগিত ঘোষণা কৰা হয়।

উল্লেখযোগ্য যে জেনেৰেল এম এম নাৰভানেৰ এই আত্মজীৱনীখন দীৰ্ঘদিন ধৰি বিতৰ্কৰ মাজত আছে। প্ৰথমতে ২০২৩ চনত প্ৰকাশ পোৱাৰ কথা আছিল যদিও তাৰিখ বাৰে বাৰে পিছুৱাই দিয়া হৈছে। জানিব পৰা মতে এই কিতাপখনত ২০২০ চনৰ চীনা সেনাৰ কাৰ্যকলাপ আৰু অগ্নিপথ আঁচনিক লৈ সেনাৰ ভিতৰচ’ৰাত চলা প্ৰতিক্ৰিয়াৰ দৰে সংবেদনশীল বিষয়বোৰ উল্লেখ আছে। এই সমগ্ৰ ঘটনাই এতিয়া সংসদত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বাক-স্বাধীনতাৰ ওপৰত এক নতুন বিতৰ্কৰ জন্ম দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

June 25, 2026 7:16 pm
বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

June 25, 2026 7:16 pm
বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd