• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুজন প্ৰাপ্তবয়স্কই বিচাৰিলে বিবাহ বহিৰ্ভূত যৌন সম্পৰ্ক অপৰাধ নহয় : ৰাজস্থান উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2024 7:03 am
1.4k
VIEWS
Share on FacebookShare on Twitter

দুজন প্ৰাপ্তবয়স্কই বিচাৰিলে বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক আইনৰ দৃষ্টিত অপৰাধ নহয়। এটা গোচৰৰ ৰায়দানত এই ঘোষণা কৰিছে ৰাজস্থান উচ্চ ন্যায়ালয়ে।

গোচৰৰ বিৱৰণ অনুসৰি, এগৰাকী স্বামীয়ে অভিযোগ উত্থাপন কৰে যে তেওঁৰ পত্নীক তিনিজন লোকে অপহৰণ কৰিছিল।  কিন্তু পত্নীয়ে দাবী কৰে যে তেওঁক কোনেও অপহৰণ কৰা নাছিল,  উক্ত তিনিজন অভিযুক্তৰ এজনৰ সৈতে লিইভ-ইন ৰিলেচনত আছিল। এই বিষয়ত ৰাজস্থান উচ্চ ন্যায়ালয়ত চলি আছিল গোচৰ।

ন্যায়াধীশ বীৰেন্দ্ৰ কুমাৰে উক্ত গোচৰৰ শুনানিত কয় যে ভাৰতীয় দণ্ডবিধিৰ ৪৯৭ ধাৰাত এনে সম্পৰ্কক অপৰাধ বুলি গণ্য কৰা হয়। কিন্তু ২০১৮ চনত ন্যায়ালয়ে এই ধাৰা বিলোপ কৰে।

উল্লেখ্য যে এই গোচৰত আবেদন কৰা ব্যক্তিজন বৰ্তমান আন এটা গোচৰত জেলত আছে। ফলত তেওঁ আদালতত উপস্থিত থাকিব নোৱাৰিলে। তেওঁৰ হৈ হাজিৰ হোৱা অধিবক্তা অংকিত খাণ্ডেলৱালে আদালতত কয় যে আবেদনকাৰীয়ে কৈছে যে তেওঁৰ পত্নীয়ে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছে। তেওঁৰ মতে সামাজিক নীতি ৰক্ষা কৰাটো আদালতৰ কৰ্তব্য কিন্তু বিবাহ বহিৰ্ভূত সম্পৰ্কক স্বীকৃতি দিয়া নহয়।

কিন্তু সকলো পক্ষৰ প্ৰশ্নোত্তৰৰ পিছত আদালতে লক্ষ্য কৰে যে যদি দুজন প্ৰাপ্তবয়স্কই নিজৰ ইচ্ছামতে এনে সম্পৰ্ক স্থাপন কৰিব বিচাৰে, তেন্তে ইয়াক অপৰাধ বুলি ক’ব নোৱাৰি।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd