• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০০ বিলিয়নাৰ ক্লাৱত প্ৰৱেশ কৰিলে মাৰ্ক জুকাৰবাৰ্গে : বিশ্বৰ কেই নম্বৰ ধনাঢ্য ব্যক্তি জুকাৰবাৰ্গ?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2020 3:16 pm
index.jpg1
812
VIEWS
Share on FacebookShare on Twitter

ফেইচবুক কো-ফাউণ্ডাৰ তথা চি ই অ’ মাৰ্ক জুকাৰবাৰ্গে ১০০ বিলিয়নাৰ সম্পদৰ গৰাকীৰ তালিকাত নিজৰ নাম অন্তভুৰ্ক্ত কৰিছে।

দ্য ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্স-এ প্ৰকাশ কৰা শেহতীয়া তলিকাত মাৰ্ক জুকাৰবাৰ্গে কেৱল ১০০ বিলিয়নাৰ সম্পদৰ গৰাকী ক্লাৱতেই প্ৰৱেশ কৰা নাই, তেওঁ বিশ্বৰ তৃতীয় গৰাকী ধনী ব্যক্তি চিহাপে পৰিগণিত হৈছে।

ভাৰতৰ উদ্যোগপতি মুকেশ আম্বানিকো তেওঁ চেৰ পেলাইছে এই যাত্ৰাত।

৩৬ বৰ্ষীয় জুকাৰবাৰ্গৰ মুঠ সম্পদৰ পৰিমাণ হৈছে ১০২ মাৰ্কিন বিলিয়ন।

উল্লেখ্য যে, ১৮৭ মাৰ্কিন বিলিয়ন সম্পদেৰে এমাজনৰ বীফ বেজ’ছে বিশ্ব সৰ্বাধিক ধনাঢ্য ব্যক্তিৰূপে পৰিগণিত হোৱাৰ বিপৰীতে মাইক্ৰছ’ফ্টৰ বিল গেটছে ১২১ মাৰ্কিন বিলিয়নেৰে বিশ্ব দ্বিতীয় সৰ্বাধিক ধনাঢ্য ব্যক্তিৰূপে চিহ্নিত হৈছে।

ইফালে ৮০.৬ মাৰ্কিন বিলিয়ন সম্পদেৰে ভাৰতীয় উদ্যোগপতি ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানি বিশ্বৰ চতুৰ্থ গৰাকী সৰ্বাধিক ধনাঢ্য ব্যক্তিৰূপে পৰিগণিত হৈছে।

তলত দ্য ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্স-এ শেহতীয়াকৈ প্ৰকাশ কৰা বিশ্বৰ প্রথম দহ গৰাকী ধনাঢ্য ব্যক্তিৰ নাম আৰু সম্পদৰ তালিকা দিয়া হ’ল।

 ধনাঢ্য ব্যক্তিৰ নাম
মুঠ সম্পদ
১) জীফ্ বেজ’ছ ১৮৭ মাৰ্কিন বিলিয়ন
২) বিল গেটছ ১২১ মাৰ্কিন বিলিয়ন
৩) মাৰ্ক জুকাৰবাৰ্গ ১০২ মাৰ্কিন বিলিয়ন
৪) মুকেশ আম্বানি ৮০.৬ মাৰ্কিন বিলিয়ন
৫) বেৰ্নাৰ্ড এৰ্নাল্ট ৮০.২ মাৰ্কিন বিলিয়ন
৬) ৱাৰেন বুফেট ৭৯.২ মাৰ্কিন বিলিয়ন
৭) ষ্টীভ বালমাৰ ৭৬.৪ মাৰ্কিন বিলিয়ন
৮) লাৰী পেইজ ৭১.৩ মাৰ্কিন বিলিয়ন
৯) চাৰ্গে ব্ৰীন ৬৯.১ মাৰ্কিন বিলিয়ন
১০) এলন মুস্ক ৬৮.৭ মাৰ্কিন বিলিয়ন

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd