DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

একাধিক নতুন ফিচাৰেৰে আত্মপ্ৰকাশ কৰিছে ফেইচবুকৰ নতুন মেচেঞ্জাৰে : কি কি আছে নতুন ফিচাৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2020 6:54 pm
index.jpgkk
1.7k
VIEWS
Share on FacebookShare on Twitter

একাধিক নতুন ফিচাৰেৰে আত্মপ্ৰকাশ ঘটিছে ফেইচবুক মেচেঞ্জাৰৰ।

শেহতীয়াকৈ ফেইচবুকে মেচেঞ্জাৰৰ নতুনটো ল’গ’ মুকলি কৰিছে। নীলা আৰু গোলপীয়া ৰঙৰ সমাহাৰেৰে মুকলি কৰা ফেইচবুকৰ এই নতুন মেচেঞ্জাৰটোত নতুন থিম আৰু ফিচাৰো আছে বুলি ফেইচবুকে জনাইছে।

“আচলতে ফেইচবুক মেচেঞ্জাৰ আৰু ইনষ্টাগ্ৰামৰ চাট পদ্ধতিক একেলগে সংযুক্ত কৰাৰ ফলতে মেচেঞ্জাৰৰ এই নতুন ল’গ’টোৰ সৃষ্টি হৈছে।” ফেইচবুকৰ ভাইচ প্ৰচিডেন্ট ষ্টান চাডনোভস্কিয়ে এক বিবৃতিত জৰিয়তে এইদৰে কয়।

ইতিমধ্যে কিছু ফোনত এই নতুন মেচেঞ্জাৰটো উপলব্ধ হৈছে বুলিও জনাইছে ফেইবুকে।

এই নতুন মেচেঞ্জাৰটোত লাভ এণ্ড টাই ডাই নামৰ বিশেষ এক প্ৰেমৰ থিমো আছে বুলি জানিব পৰা গৈছে। লগতে থাকিব চেল্ফী ষ্টীকাৰ। ইয়াৰ লগতে অতি শীঘ্ৰে ভেনিছ মুডো সংযুক্ত কৰা হ’ব ইয়াত।

Snapchat আৰু ইনষ্টাগ্ৰামত উপলব্ধ সকলো সুবিধা ফেইচবুকৰ এই নতুন মেচেঞ্জাৰত পোৱা যাব।

ইপিনে ইনষ্টাগ্ৰামে সম্প্ৰতি দহ বছৰ পূৰ্ণ কৰিছে। দহ বছৰীয়া পূৰ্তি উপলক্ষে ইয়াৰ ইউজাৰসকলৰ বাবে চাৰিটা নতুন ফিচাৰো আনিছে সংস্থাটোৱে।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd