• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুকে আনিছে নতুন নীতি; কিয় ডিলিট হ’ব পাৰে আপোনাৰ প’ষ্ট?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2020 12:34 pm
WhatsApp Image 2020-09-04 at 11.55.02 AM

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছচিয়েল মিডিয়াৰ ভিতৰত ফেচবুক হৈছে আটাইতকৈ জনপ্ৰিয় মাধ্যম। বৰ্তমান সময়ত ফেচবুক ব্যৱহাৰ নকৰা লোক নাই বুলিয়েই ক’ব পাৰি।

ব্যক্তিগতভাৱে ব্যৱহাৰ কৰাৰ উপৰি সংস্থাসমূহেও এতিয়া ব্যাপক হাৰত ফেচচবুক ব্যৱহাৰ কৰে।

Apply Now

ইয়াৰ মাজতে ফেচবুকে নতুন নীতি আনিছে যাৰ প্ৰভাৱ সাধাৰণ ব্যৱহাৰকাৰীৰ পৰা সংস্থাসমূহলৈকে সকলোৰে ওপৰত পৰিব।

বিগত দিনত কেইবাটাও সাল-সলনিৰ লগতে প’ষ্ট দিয়াৰ ক্ষেত্ৰতো কঠোৰ হৈ পৰিছে ফেচবুক।

বাতৰি অনুসৰি, অহা ১ অক্টোবৰৰ পৰা নিয়মৰ সাল-সলনি ঘটাবলৈ লৈছে ফেচবুকে।

ইতিমধ্যে, ফেচবুকৰ পৰা বহু ব্যৱহাৰকাৰীয়ে নটিফিকেশ্যন লাভ কৰি উদ্বিগ্ন হৈ পৰিছিল। কিন্তু বিষয়টোক লৈ উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই বুলি সংস্থাটোৱে জানিবলৈ দিছে।

ফেচবুকৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গে জানিবলৈ দিয়ে যে অহা ১ অক্টোবৰৰ পৰা কোনো ব্যৱহাৰকাৰীৰ প’ষ্ট যদি ফেচবুকৰ নীতিৰ বিৰুদ্ধে যায় তেনেহ’লে সেই প’ষ্টৰ বিৰুদ্ধে ফেচবুকে ব্যৱস্থা ল’ব পাৰে।

সেই প’ষ্ট ব্লক কৰাৰ উপৰি ডিলিট কৰি দিয়া হ’ব পাৰে।অৱশ্যে, ফেচবুকৰ আকৰ্ষণ অক্ষুন্ন ৰখাৰ বাবে ইয়াৰ ফালৰ পৰা কিছুমান পদক্ষেপো গ্ৰহণ কৰা হৈছে।

কেইবাটাও ফিচাৰ অনাৰ লগতে এইবাৰ ফেচবুকৰ নিয়মাৱলীও আপডেট কৰা হৈছে।

শেহতীয়াকৈ ফেচবুকৰ ব্যৱহাৰ অত্যন্ত বৃদ্ধি পোৱাৰ লগতে ইয়াত ভুৱা বাতৰি বিয়পোৱাৰ মাত্ৰাও বৃদ্ধি পাইছে। সেয়েহে, এইবোৰ ৰোধ কৰিবলৈ ফেচবুকে নতুন নীতি গ্ৰহণ কৰিছে।

জানিব পৰা মতে, ভুৱা বাতৰি বিয়পোৱা বা সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰা প’ষ্ট পালে ফেচবুকে সেইবোৰ প’ষ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।

আনহাতে, ফেচবুকৰ ফালৰ পৰা জনোৱা হৈছে যে কোনো ব্যৱহাৰকাৰীয়ে যদি আন প্ৰফাইলত গৈ বিৰক্ত কৰে  সেই ক্ষেত্ৰতো ফেচবুকে নজৰ ৰাখিব।

মুঠতে এইবাৰ ব্যৱহাৰকাৰীৰ ওপৰত যথেষ্ট কঠোৰ হোৱাৰ ইংগিত দিছে ফেচবুকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd