• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 28, 2026 4:45 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ শেহতীয়া বিভিন্ন মন্তব্যক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত পুনৰ তীব্ৰ বাক্‌যুদ্ধ আৰম্ভ হৈছে। বিজেপিয়ে দাবী কৰিছে যে ৰাহুল গান্ধীয়ে দলটোৰ বিৰুদ্ধে কৰা একাধিক অভিযোগৰ সত্যতা পৰীক্ষা কৰাত অধিকাংশ অভিযোগেই মিছা অথবা বিভ্ৰান্তিকৰ বুলি প্ৰকাশ পাইছে।

বিজেপিৰ মতে, ‘ঝুট কি গুঞ্জ’ নামৰ এটা ব্যংগাত্মক ৱেবছাইটত ৰাহুল গান্ধীৰ বক্তব্যসমূহ পৰীক্ষা কৰি দেখা গৈছে যে মুঠ ৪০টা বক্তব্যৰ ভিতৰত ২৯টা মিছা আৰু ১১টা বিভ্ৰান্তিকৰ। দলটোৱে দাবী কৰিছে যে ৰাহুল গান্ধীয়ে শেহতীয়াকৈ বিভিন্ন অনুষ্ঠানত বিজেপি আৰু চৰকাৰৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছে, সেইবোৰৰ বহুতো তথ্যভিত্তিক নহয়।

Apply Now

বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে কয় যে ৰাহুল গান্ধীৰ বক্তব্যৰ সৈতে সংগতি ৰাখি যুৱ সমাজৰ মাজত এই ৱেবছাইটৰ বিষয়ে আলোচনা আৰম্ভ হৈছে। তেওঁৰ অভিযোগ, ৰাহুল গান্ধীয়ে ৰাজনৈতিক জনসংযোগৰ কৌশল হিচাপে এনে বক্তব্য আগবঢ়াব পাৰে, কিন্তু দেশৰ যুৱ সমাজে সেই বক্তব্যৰ সত্যতা নিজেই পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে।

তেওঁ উল্লেখ কৰে যে ‘ছাত্ৰো কি গুঞ্জ’ নামৰ এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে কৰা বক্তব্যসমূহৰ লগতে বিগত চাৰিটা কাৰ্যসূচীত আগবঢ়োৱা মুঠ ৪০টা বক্তব্য পৰ্যালোচনা কৰা হৈছে। বিজেপিৰ দাবী অনুসৰি, সেই বক্তব্যসমূহৰ প্ৰতিটোতে হয় তথ্যগত ভুল আছে, নহয় বক্তব্য বিভ্ৰান্তিকৰ।

বিজেপিৰ আন এগৰাকী ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰেম শুক্লাইও ৰাহুল গান্ধীৰ দাবিসমূহক লৈ কটাক্ষ কৰে। তেওঁৰ মতে, ‘ঝুট কি গুঞ্জ’ ৱেবছাইটটোৱে ৰাহুল গান্ধীৰ একোটা দাবী তথ্য-প্ৰমাণৰ সৈতে পৰীক্ষা কৰি জনসন্মুখলৈ আনিছে। বিজেপিয়ে এই ৱেবছাইটক ৰাহুল গান্ধীৰ বক্তব্যৰ ‘সত্যতা পৰীক্ষা’ৰ এক মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে।

অৱশ্যে বিজেপিৰ এই দাবী সম্পূৰ্ণৰূপে নাকচ কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ অভিযোগ, বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্যত এই ৱেবছাইটটো সৃষ্টি কৰি ৰাহুল গান্ধীৰ বক্তব্যক লক্ষ্য কৰি অপপ্ৰচাৰ চলাইছে। দলটোৱে দাবী কৰিছে যে বিজেপিয়ে তথ্য পৰীক্ষাৰ নামত ৰাজনৈতিক প্ৰচাৰৰ নতুন কৌশল গ্ৰহণ কৰিছে।

ইফালে কংগ্ৰেছৰ কৰ্ণাটক শাখাই ‘ঝুট কি গুঞ্জ’ ৱেবছাইটটোৰ লগতে আন দুটা সামাজিক মাধ্যমৰ একাউণ্টৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। ফলত ৰাহুল গান্ধীৰ মন্তব্য, বিজেপিৰ ‘ফেক্ট চেক’ আৰু কংগ্ৰেছৰ প্ৰত্যুত্তৰক কেন্দ্ৰ কৰি ৰাজনৈতিক উত্তেজনা অধিক বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

November 24, 2026 9:13 pm
ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

November 24, 2026 6:50 pm
‘তোৰ খুৰা চোৰ’ বুলি কোৱাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকাই! আনহাতে ৰাহুলৰ মন্তব্য, ‘ভগ্নী নিয়ম মানি চলে, মই আছিলোঁ বিদ্ৰোহী’

‘তোৰ খুৰা চোৰ’ বুলি কোৱাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকাই! আনহাতে ৰাহুলৰ মন্তব্য, ‘ভগ্নী নিয়ম মানি চলে, মই আছিলোঁ বিদ্ৰোহী’

November 24, 2026 5:50 pm
ছয় বছৰৰ মূৰত পুনৰ বিজেপি-অকালি দলৰ মিত্ৰতা, ‘পঞ্জাবৰ উন্নয়নৰ স্বাৰ্থত এয়া স্বাভাৱিক মিত্ৰতা’ বুলি আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

ছয় বছৰৰ মূৰত পুনৰ বিজেপি-অকালি দলৰ মিত্ৰতা, ‘পঞ্জাবৰ উন্নয়নৰ স্বাৰ্থত এয়া স্বাভাৱিক মিত্ৰতা’ বুলি আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

November 24, 2026 4:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

November 24, 2026 9:13 pm
ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

November 24, 2026 6:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd