• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

গোপন বুজা বুজি আছে নেকি ট্ৰেক্টৰ, ডাম্পাৰৰ মালিক কতৃপক্ষৰ লগত বৰপেটা পৰিবহন বিভাগৰ!

NE NOW NEWS শশাংক তালুকদাৰ
বজালী , January 28, 2021 10:56 am

1 min read

Bajali
281
VIEWS
Share on FacebookShare on Twitter

শূন্য সহনশীলতাৰ নীতি দোহাই দি সভাই সমিতিয়ে ডিঙিৰ শিৰ ফুলাই ফুলাই বক্তব্য ৰখা মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোণোৱালৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ দেখুৱাই আহিছে একাংশ বিষয়াই।

যাৰ ফলত বজালীত নম্বৰ প্লেট বিহীন অবৈধ ডাম্বাৰ ট্ৰেক্টৰৰ দৌৰাত্ম্যই হাৰাশাস্তি কৰি আহিছে সাধাৰণ ৰাইজক।

বৰপেটা পৰিবহণ বিষয়াৰ সৈতে থকা গোপন মিতিৰালিৰ বাবে এতিয়া উঠি ৰজা বহি ৰজা হৈ উঠিছে এইসমূহ ডাম্পাৰ, ট্ৰেক্টৰ চালক।

পৰিবহণ আইন সম্পূৰ্ণ ভৰিৰে মোহাৰি নিজ খেয়াল খুচি মতে বিনাদিদ্ধাই চলাই গৈছে ট্ৰেক্টৰ ডাম্পাৰসমূহ।

ওজন কঢ়িওৱাৰ ক্ষেত্ৰতো কোনো ধৰণৰ নীতি নিয়ম নথকা ট্ৰেক্টৰ ডাম্পাৰসমূহৰ দৌৰাত্ম্যত এতিয়া অতিষ্ঠ বজালীবাসী ৰাইজ।

পৰিবহণ আইন মানি নচলা বাবে এইসমূহ ডাম্পাৰ ট্ৰেক্টৰৰ বাবে সময়ে সময়ে সংঘটিত হৈ আহিছে দুৰ্ঘটনা।

তাৰ পৰিণতিত অকালতে প্ৰাণ হেৰুৱাই বহুজনে। পথ সুৰক্ষাৰ নামত ৰাজকোষৰ পৰা বৃহৎ সংখ্যক ধন ব্যয় কৰি একমাত্ৰ যেন এয়া বাতৰি কাকত, টিভিত চমক দিয়াৰ চেষ্টা বুলিহে অভিযোগ কৰিছে সচেতন ৰাইজে।

ইফালে পথ সুৰক্ষা সপ্তাহ চলি থকাৰ সময়তে বজালীত সপ্তাহটোত ৬ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটিছে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd