• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুজৰাটৰ কাৰখানাত পাঁচ বছৰ ধৰি তৈয়াৰ কৰি আহিছে ইউৰিয়া আৰু ডিটাৰজেণ্ট মিহলি ‘গাখীৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2026 8:20 am
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটত উদ্ধাৰ হৈছে এটা ভুৱা গাখীৰৰ কাৰখানা। এক গোপন সূত্ৰৰ ভিত্তিত তদন্তকাৰীয়ে কাৰখানাটোত অভিযান চলায়, য’ত প্ৰায় পাঁচ বছৰ ধৰি ‘কৃত্ৰিম গাখীৰ’ তৈয়াৰ হৈ আছিল। অভিযোগ উত্থাপন হৈছে যে এই মিশ্ৰিত গাখীৰ ওচৰৰ চহৰ আৰু গাঁৱলৈ যোগান ধৰা হৈছিল।

গুজৰাটৰ সাবৰকান্ত জিলাত আছিল এই কাৰখানাটো। নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে যোৱা ৮ ফেব্ৰুৱাৰীত ইউনিটটোত অভিযান চলাইছিল।

Apply Now

অভিযানৰ সময়ত বিষয়াসকলে ইউৰিয়া আৰু বিভিন্ন প্ৰচেছড ‘পাউডাৰ’ৰ সৈতে সামান্য পৰিমাণৰ প্ৰকৃত গাখীৰ মিহলাই গাখীৰৰ দৰে তৰল পদাৰ্থ (ইউৰিয়া ডিটাৰজেণ্ট মিশ্ৰিত নকল গাখীৰ) তৈয়াৰ কৰা ধৰা পেলাইছে, যিটোৱে মানৱ শৰীৰৰ স্বাস্থ্যৰ বাবে ভয়াৱহ বিপদৰ সৃষ্টি কৰিব পাৰে।

এফ এছ এছ এ আইৰ এক্স পোষ্টত শ্বেয়াৰ কৰা ভিডিঅ’ অনুসৰি অভিযানৰ সময়ত ১,৩৭০ লিটাৰ মিশ্ৰিত গাখীৰ ধ্বংস কৰা হয়। গ্ৰাহকসকলকো সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে আৰু সন্দেহজনক দুগ্ধজাত সামগ্ৰীৰ খবৰ দিবলৈ কোৱা হৈছে।

ভুৱা গাখীৰ কেনেকৈ তৈয়াৰ কৰা হৈছিল?

টাইমছ অৱ ইণ্ডিয়াৰ সূত্ৰ অনুসৰি প্ৰকৃত গাখীৰৰ ৰং, ঘনত্ব আৰু প্ৰটিনৰ মাত্ৰা অনুকৰণ কৰিবলৈ কেইবাটাও পদাৰ্থ মিহলি কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল,

• ডিটাৰজেন্ট পাউদাৰ

• ইউৰিয়া সাৰ

• কষ্টিক চোডা

• ৰিফাইন কৰা পাম অইল

• শোধিত সৰিয়হৰ তেল

• ৱেই পাউদাৰ

• স্কিম কৰা গাখীৰৰ গুড়ি

• প্ৰিমিয়াম এছএমপি পাউদাৰ

তদন্তকাৰীয়ে দাবী কৰিছে যে মাত্ৰ প্ৰায় ৩০০ লিটাৰ প্ৰকৃত গাখীৰ ব্যৱহাৰ কৰি দৈনিক ১৭০০ৰ পৰা ১৮০০ লিটাৰ ভুৱা গাখীৰ তৈয়াৰ কৰা হৈছিল। পিছলৈ এই মিশ্ৰণটো পাউচত ভৰাই সাবৰকান্ত আৰু মেহছানা জিলালৈ গাখীৰ আৰু মাখন হিচাপে যোগান ধৰা হৈছিল।

প্ৰান্তিজৰ ছালাল গাঁৱৰ সমীপৰ ‘শ্ৰী সত্য দুগ্ধ সামগ্ৰী’ নামৰ কাৰখানাটোত স্থানীয় অপৰাধ শাখা আৰু খাদ্য সুৰক্ষাৰ বিষয়াসকলে যৌথ অভিযান চলায়। বাতৰি অনুসৰি তেওঁলোকে উদ্ধাৰ কৰিছে—

• প্ৰায় ১৯৬২ লিটাৰ ভেজাল গাখীৰ

• ১১০০ লিটাৰতকৈ অধিক ভেজাল মাখন

• প্ৰায় ৭১ লাখ টকাৰ কেঁচামাল আৰু ৰাসায়নিক সামগ্ৰী

#Gujarat A major joint raid in Himatnagar, Gujarat, has shut down a dairy unit producing milk from Urea and Palm Oil. The raid was conducted by Food Safety Dept. Gujarat. Investigation into the supply chain is underway. #FSSAIAction #FSSAIinStates #FSSAIAction pic.twitter.com/YIIFaHn1jT

— FSSAI (@fssaiindia) February 8, 2026

কাৰখানাটো লগে লগে ছীল কৰি দিয়া হয় । নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে যাতে ভেজালৰ পৰিমাণ আৰু প্ৰকৃতিৰ বিষয়ে বিতংভাৱে জানিব পৰা যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am
সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd