• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধ হোৱা নাই প্ৰতিদিন গোষ্ঠীৰ সাপ্তাহিক কাকত ‘সাদিন’; সামাজিক মাধ্যমত ভূৱা প্ৰচাৰ

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
May 5, 2020 3:15 pm
সাদিন বাতৰি কাকতখন, উৎস-ফেইচবুক

সাদিন বাতৰি কাকতখন, উৎস-ফেইচবুক

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্ধ হোৱা নাই প্ৰতিদিন সংবাদ গোষ্ঠীৰ অন্যতম সাপ্তাহিক কাকত ‘সাদিন’, এই কথা স্পষ্ট কৰিলে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কাৰ্য্যধ্যক্ষগৰাকীয়ে।

নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে কাৰ্য্যধক্ষ্য গৰাকীয়ে কয়, ‘সোমবাৰে নিশাৰ পৰা হঠাৎ বিভিন্ন সামাজিক মাধ্যমত সাদিন বন্ধ হোৱা বুলি ব্যাপকভাৱে প্ৰচাৰ হোৱা এটা খবৰে ‘সাদিন-প্ৰতিদিন’ গোষ্ঠীৰ শুভাকাংক্ষীমহলক উৎকন্ঠিত আৰু বেদনাহত কৰিছে।’

Apply Now

উল্লেখযোগ্য যে, ক’ৰ’নাৰ আৱিৰ্ভাৱ আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াই বিশ্বজুৰি ছপামাধ্যমৰ লগতে অন্যান্য ক্ষেত্ৰলৈ সংকট নমাই অনাৰ সময়তে কালি চ’ছিয়েল মিডিয়াত সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পুজাৰীকে ধৰি কাকতখনত কৰ্মৰত ১৫ গৰাকী কৰ্মচাৰীক তিনিমাহৰ দৰমহা দি সোমবাৰে অৱ্যাহতি দিয়া হৈছে বুলি এটা পোষ্ট ভাইৰেল হৈ পৰিছিল।

ইয়াৰ পাছতে এক গোহাৰিৰ জৰিয়তে সংবাদ গোষ্ঠীটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

‘‘এনে এক অজ্ঞাত উদ্দেশ্যত প্ৰচাৰ কৰা খবৰত আমি স্তম্ভিত আৰু মৰ্মাহত হৈছো। সাদিন-প্ৰতিদিন গোষ্ঠী অসমৰ সংবাদ জগতৰ এক সম্ভ্ৰান্ত পৰিচয় আৰু সু-সংহত গোষ্ঠী। সেয়েহে প্ৰতিদিনৰ পৰা সাদিনকক বিচ্ছিন্ন কৰি এইখন বন্ধ কৰি দিয়াৰ খবৰ মুখৰোচকভাৱে প্ৰকাশ কৰি গোষ্ঠীটোক অৱমূল্যায়ণ কৰাৰ লগতে শুভাকাংক্ষী মহলক হতাশ কৰাৰ অপচেষ্টা কোনোবাই চলালেও সেয়া সত্য নহয়,’’ সংবাদগোষ্ঠীটোৰ তৰফৰ পৰা এনেদৰে স্পষ্টীকৰণ দিয়া হয়।

ইপিনে, প্ৰতিদিন গোষ্ঠীৰ এক সুত্ৰই আমাক জনোৱা অনুসৰি প্ৰতি দেওবাৰে প্ৰতিদিন কাকতৰ সৈতে উপলব্ধ হ’ব সাদিন কাকতখন।

উল্লেখযোগ্য যে, সাদিন কাকতখন বন্ধ হ’ব বুলি চ’ছিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছতে কাকতখনৰ পাঠক আৰু নিয়মীয়া লেখক-লেখিকা সকলে দুখ প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল। কিন্তু এতিয়া চিন্তাৰ কোনো কাৰণ নাই তেওঁলোকে নিয়মীয়াকৈ কাকতখনৰ বাবে লেখা-মেলা পঠিয়াই থাকিব পাৰাৰ লগতে পাঠক সকলেও নিজৰ কপিটো লাভ কৰিব।

কল্পজ্য়োতি শইকীয়া

কল্পজ্য়োতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd