• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আক্রোশী চৰকাৰ, লাইভ ভিডিঅ’ৰ সম্প্ৰচাৰ কৰাৰ বাবেই ব্লক কৰি দিয়া হ’ল কৃষকৰ ফেচবুক একাউণ্ট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2020 11:31 am

1 min read

a farmers
8.3k
VIEWS
Share on FacebookShare on Twitter

কৃষক বিদ্ৰোহৰ জুয়ে এতিয়া দিল্লীৰ মছনদ ক্ৰমাৎ উত্তপ্ত কৰি তুলিছে।

এনে সময়তে কৃষক বিদ্ৰোহৰ অধিক খবৰ যাতে বিয়পি পৰিব নোৱাৰে তাৰ সকলো ব্যৱস্থাই কৰা হৈছে।

তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ হাজাৰ হাজাৰ কৃষকে বিগত ২৫ দিন ধৰি দিল্লীত অব্যাহত ৰখা আন্দোনৰ লাইভ ভিডিঅ” প্ৰচাৰৰ সময়তে ব্লক কৰি দিয়া হ’ল কৃষকৰ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ একাউণ্ট।

কৃষকসকলৰ সৰ্ববৃহৎ সংস্থা কিষাণ একতা মৰ্চাৰ পেজৰ জৰিয়তে বগত কিছুদিন ধৰি কৃষক বিদ্ৰোহৰ শেহতীয়া গতিধাৰা সম্পৰ্কে বিশ্ববাসীক জনাই থকা হৈছিল।

কিন্তু দেওবাৰে আশ্চৰ্যজনকভাবে মৰ্চাৰ ফেচবুক পেজ ব্লক কৰি দিয়া হয়।ফেচবুকৰেই অন্তৰ্গত ইনষ্টাগ্ৰামৰ পেজৰ ক্ষেত্ৰতো একে ব্যৱস্থাই গ্ৰহণ কৰা হয়।ইনষ্টাগ্ৰমৰ পেজৰ জৰিয়তেও কৃষক সংগঠনটোৱে কৃষক বিদ্ৰোহৰ লাইভ ভিডিঅ’ দিয়াৰ লগতে অন্যান্য তথ্যও সৰবৰাহ কৰি আহিছিল।

ব্লক কৰাৰ ফলত ইনষ্টাগ্ৰামৰ জৰিয়তেও কৃষক সংগঠনটোৱে কোনো পোষ্ট আপডেট দিব নোৱাৰা হৈ পৰে।

কৃষকৰ আন্দোলনক সমৰ্থন জনোৱা স্বৰাজ ইণ্ডিয়াৰ নেতা যোগেন্দ্ৰ যাদৱে এটা লাইভ ভিডিঅ’ দিয়াৰ সময়তে কৃষক সংগঠনটোৰ পেজ ব্লক কৰা হয়।

চৰকাৰৰ সৈতে ছ’চিয়েল মিডিয়া পৰিচালনা কৰা সংস্থাসমূহৰ লেটি-পেটি থকাৰ কথা ইতিমধ্যে প্ৰমাণ হৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd