• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চমক সৃষ্টিৰ পৰিৱৰ্তে চৰকাৰে বিকল হৈ থকা জলসিঞ্চন প্ৰকল্পৰ মেৰামতিৰ কৰক; কৃষকৰ দাবী

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
May 28, 2021 1:11 pm
Irrigation Golaghat

ফটো: নৰ্থইষ্ট নাও।

211
VIEWS
Share on FacebookShare on Twitter

জনতা চৰকাৰৰ দিনৰে প্ৰয়াত কৃষি মন্ত্ৰী সোণেশ্বৰ বৰাৰ তৎপৰতাত প্ৰতিষ্ঠা হোৱা এটা জলসিঞ্চন প্ৰকল্পৰ উপযুক্ত মেৰামতিৰ অভাৱত বিকল হৈ আছে।

গোলাঘাট জিলাৰ শগুনপাৰা দ-চমুৱাৰ বিস্তীৰ্ণ অঞ্চল সামৰি লোৱা এই প্ৰকল্পটোৱে প্ৰায় শতাধিক কৃষকৰ কৃষি কৰ্মৰ একমাত্ৰ আশা-ভৰসাৰ থল যদিও বৰ্তমান বিকল হৈ থকা প্ৰকল্পটোৰ বাবে কৃষকে সময়ত খেতি কৰিবলৈ অপাৰগ হৈছে।

যিটো সময়ত বান খহনীয়া সমস্যা সমাধানৰ বাবে বৰ্তমানৰ চৰকাৰখনে ব্যাপক চমক সৃষ্টিৰ পদক্ষেপ লোৱা দেখা গৈছে, তেনে সময়তে উপযুক্ত জলসিঞ্চন ব্যৱস্থাৰ অভাৱত হাঁহাকাৰ কৰিব লগীয়া হৈছে এইসকল শ্ৰমজীৱি কৃষক।

জিলাখনৰ শগুনপাৰা ,দ-চমুৱা আদি বৃহৎ অঞ্চলৰ শতাধিক কৃষকক সামৰি স্থাপন কৰা এই জলসিঞ্চন প্ৰকল্পটোৰ উপযুক্ত মেৰামতিৰ দাবী জনাইছে কৃষকে।

উল্লেখ্য যে, যোৰহাট সংমণ্ডলৰ অধীনস্থ এই দ-চমুৱা ১নং জলসিঞ্চন প্ৰকল্পৰ  বহু যুগ ধৰি কমেও ১৫ গৰাকী কৰ্মচাৰীয়ে কেৱল শুই -বহিয়েই দিন অতিবাহিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় কৃষক ৰাইজে।

তেওঁলোকে লগতে নতুন চৰকাৰখনে চমক সৃষ্টিৰ পৰিৱৰ্তে এনে বিকল হৈ থকা প্ৰকল্প সমূহ কাৰ্যক্ষম কৰি তুলিলেহে প্ৰকৃত কৃষক উপকৃত হ’ব বুলি দাবী কৰে।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd