• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পঞ্জাৱ-হাৰিয়ানা সীমান্তত অপ্ৰতিৰোধ্য কৃষক সমদল! : দলঙৰ পৰা বেৰিকেড নদীত পেলাই আহিছে আগুৱাই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2020 4:46 pm
index.jpgn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱ-হাৰিয়ানাৰ চম্ভু সীমান্তত অপ্ৰতিৰোধ্য দিল্লী অভিমুখী কৃষক সমদল। দুই ৰাজ্যৰ সীমান্তত যোৱা ৪৮ ঘণ্টাৰ পূৰ্বে কৃষক সমদলটোক প্ৰতিৰোধ কৰিবলৈ সাজু কৰি ৰখা বেৰিকেড নিমিষতে ধূলিস্যাৎ কৰি দিয়ে দিল্লী অভিমুখী কৃষকৰ সমদলে।

কৃষকৰ ঐক্যৱদ্ধ শক্তিৰ ওচৰত যেন নতশিৰে বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হ’ল হাৰিয়ানাৰ মনোৰলাল খট্টৰৰ আৰক্ষী প্ৰশাসন।

Apply Now

হাৰিয়ানা আৰক্ষীয়ে পঞ্জাৱ-হাৰিয়ানা সীমান্তত সাজু কৰি ৰখা বেৰিকেড দলঙৰ পৰা নদীৰ বুকুলৈ পেলায় দি আগুৱাই আহিছে অপ্ৰতিৰোধ্য কৃষক সমদলটোৱে। কন্দুৱা গেছ, পানী নিক্ষেপ কৰিও প্ৰতিৰোধ কৰিব পৰা নাই কৃষক সমদলটোক।

আৰক্ষী প্ৰশাসনে কৃষক সমদলটোক ছত্ৰভংগ দিয়াবলৈ অতি নিষ্ঠুৰ আৰু বৰ্বৰতাৰে কন্দুৱা গেছৰ লগতে পানী নিক্ষেপ কৰিছে। ইফালে বিশিষ্ট সমাজকৰ্মী তথা স্বৰাজ অভিযানৰ প্ৰধান যোগেন্দ্ৰ যাদৱে দাবী কৰিছে যে হাৰিয়ানা আৰক্ষীয়ে বহু প্ৰতিবাদী কৃষকক গ্ৰেপ্তাৰ কৰিছে।

#WATCH Farmers’ protest continues at Shambhu border, near Ambala (Haryana) as police stop them from proceeding to Delhi pic.twitter.com/UtssadGKpU

— ANI (@ANI) November 26, 2020

সংবিধান দিৱসৰ দিনাই দিল্লীলৈ আহি থকা কৃষকক ভেটা দিবলৈ পথত বেৰিকেড স্থাপন, কন্দুৱা গেছ আৰু পানী নিক্ষেপ কৰা হৈছে। আৰক্ষীয়ে অবৈধভাৱে কৃষক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি কৃষকৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা হৈছে বুলিও যোগেন্দ্ৰ যাদৱে দাবী কৰিছে।

উল্লেখ্য যে কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে ২৭ নৱেম্বৰত ‘দিল্লী চ’লো’ আহ্বানেৰে এক বিশাল প্ৰতিবাদী সমদলৰ আয়োজন কৰিছিল।

এই আহ্বানৰ প্ৰতি সঁহাৰি জনায় দেশৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান আৰু কেৰেলাৰ কৃষকসকলে দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।

ইফালে ক’ৰ’ণাৰ দোহাই দি বিশাল কৃষক সমদলটোক ভেঁটিবলৈ দিল্লীৰ সকলো সীমান্ত ছীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

ইফালে কৃষক সংগঠসমূহে কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনায় কৈছে যে দিল্লী চৰকাৰে যন্তৰ মন্তৰলৈ তেওঁলোকক যোৱাত বাধা প্ৰদান কৰিলে দিল্লী-হাৰিয়ানাৰ সীমান্তৰ ৰাষ্ট্ৰীয় ঘাইপথতে ধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd