DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধোনীক চেৰ পেলাই আন এক অনন্য বিশ্ব অভিলেখ ক’হলিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2020 9:36 pm
Fastest 11k international runs as captain: Indian skipper Virat Kohli adds another feather in his cap

বিৰাত ক’হলিৰ ফাইল ছবি।

4.4k
VIEWS
Share on FacebookShare on Twitter

বিৰাত ক’হলি ভাৰত-শ্ৰীলংকাৰ চলিত টি২০ৰ অন্তিমখন খেলত এক অনন্য অভিলেখৰ অধিকাৰী হৈছে।

ইতিমধ্যে বহু কীৰ্তিৰ অধিকাৰী ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কজনে শুকুৰবাৰৰ খেলত পাৰ কৰিছে ১১ হাজাৰ আন্তঃৰাষ্ট্ৰীয় ৰানৰ সীমা।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যিকোনো অধিনায়কৰ ক্ষেত্ৰতে ই হৈছে সৰ্বাধিক দ্ৰুততাৰে সংগৃহিত ১১ হাজাৰ ৰান।

ক’হলিৰ বাবে শুকুৰবাৰৰ খেলখন আছিল তেওঁৰ ১৬৯সংখ্যক মেচ আৰু খেলৰ ১৩ সংখ্যক অ’ভাৰত তেওঁ অভিলেখৰ গৰাকী হয়।

তাৰোপৰি তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো আটাইতকৈ দ্ৰুতগতিৰে ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰিছে।

আকৌ, টেষ্ট, এদিনীয়া আৰু টি২০ আটাইকেইটা ফৰ্মেটতে ৫০ বেটিং গড় ধৰি ৰখাটো তাৰকা বেটছমেনজনৰ আন এক অনন্য কৃতিত্ব।

১১ হাজাৰ সম্পূৰ্ণ কৰা ক’হলি হৈছে বিশ্বৰ ষষ্ঠ আৰু ধোনীৰ পিছত ভাৰতৰ দ্বিতীয়গৰাকী অধিনায়ক।

কিন্তু ক’হলিয়ে বাকীসকলৰ তুলনাত অতি কমসংখ্যক খেলত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

শীৰ্ষত থকা আন অধিনায়ককেইজন হৈছে– ৰিকি পণ্টিং (15,440/324 মেচ), গ্ৰোম স্মিথ (14,878/286 মেচ), ষ্টীভন ফ্লেমিং (11,561/303 মেচ), মহেন্দ্ৰ ধোনী (11,207/332 মেচ) আৰু এলান ব’ৰ্ডাৰ (11,062/ 271 মেচ)।

ইন্দোৰত চলিত ছীৰিজৰ দ্বিতীয়খন খেলতো ক’হলি আন এক অভিলেখৰ গৰাকী হৈছিল।

সেই খেলত ক’হলি পৰিণত হৈছিল টি২০ত আটাইতকৈ দ্ৰুত গতিত এহেজাৰ ৰাণ কৰা অধিনায়ক।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd