DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাত অভিযান চলাই ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুজনৰ মৃত্যু

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
December 23, 2018 12:48 pm
road accident at Baksa
1.4k
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাৰ ভাগত বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্ধনাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এগৰাকী আৰক্ষী বিষয়াৰ লগতে গাড়ীচালকসহ দুজন লোকে প্ৰাণ হেৰুৱাব লগা হয়।

নিহত আৰক্ষী বিষয়া গৰাকী হৈছে গোৱৰ্ধনা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেনাগ্ৰা ব্ৰহ্ম, আনহাতে তেওঁৰ সৈতে থকা গাড়ীচালক গৰাকীক বিজন উজিৰ বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাত নিহত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেনাগ্ৰা ব্ৰহ্ম

প্ৰাপ্ত তথ্য মতে আজি পুৱাৰ ভাগত আৰক্ষীৰ দলটোৱে এ এছ ০১ ডি য়ু ৯৯ নম্বৰৰ ব’লেৰো  বাহনখনেৰে জাখলিবিল পথাৰৰ পৰা থানাৰ অভিমুথে আহি থকা অৱস্থাত সংঘটিত দুৰ্ঘটনাটোত তেওঁলোকৰ উপৰি দুজনকৈ বেটেলিয়ান জোৱান আৰু এজন আচামী গুৰুতৰভাৱে আহত হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেনাগ্ৰা ব্ৰহ্মসহ আৰক্ষীৰ দলটোৱে আজি পুৱতি নিশা জাখলিবিল পথাৰলৈ আচামী আটক কৰিবলৈ গৈ আকৌ থানালৈ উভতি অহাৰ পথত এখন ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষ লাগে। উল্লেখযোগ্য যে দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে দুয়োজন লোক থিতাতে নিহত হোৱাৰ লগতে আৰক্ষীৰ দলটোৱে অহা বাহনখন প্ৰায় ধ্বংসপ্ৰাপ্ত হয়।

অৱশ্যে দুৰ্ঘটনাটোৰ ফলত আহত কেইজনক সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পুৱাই সংঘটিত উক্ত দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোঁকৰ ছাঁ পেলাইছে।

Recent News

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd