• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ বৰাগাঁওৰ গোসাইগাঁওত সংঘটিত নৃশংস হত্যাকাণ্ড; পিতৃৰ হাতত প্ৰাণ গ’ল কন্যাৰ!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 14, 2021 10:55 am
Murder victim

ফটোত কাড় চিহ্নৰে চিহ্নিত কৰা শিশুকন্যা গৰাকী হত্যাৰ বলি হৈছে।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ বৰাগাঁওৰ গোসাইগাঁওত সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। নিজ পিতৃয়ে নিজৰ ১১ বছৰীয়া কন্যা সন্তানক হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

আশা বড়ো নামৰ কিশোৰী গৰাকীক পিতৃয়ে হত্যা কৰি বাহিৰৰ পৰা দুৱাৰত তলা  লগাই থৈছিল। মৃতদেহৰ সমীপত উদ্ধাৰ হৈছে ৰছী আৰু সুৰাৰ বটল।

কিশোৰীগৰাকীৰ মাতৃ পাৰ্বতী বড়ো কৰ্তব্যৰ বাবে শনিবাৰে ওলাই গৈছিল।দেওবাৰে সন্ধিয়া মাতৃ কামৰ পৰা ঘূৰি অহাৰ পাছতে পোহৰলৈ আহে এই ঘটনা।

Apply Now

Also Read: Acid Attack: ভয়ংকৰ ঘটনা; লখিমপুৰত এচিড আক্ৰমণৰ ফলত আহত দুগৰাকী মহিলা

তাৰ পাছতে গড়চুক আৰক্ষীক খবৰ দিয়াত থানাৰ উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হয় ঘটনাস্থলীত।

নিজৰ জীক হত্যা কৰা পিতৃ বলবাহদুৰ বিশ্বকৰ্মা ওৰফে বলেন ছেত্ৰী হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছে।

গাৰুৰে চেপি হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

হত্যাকাৰী পিতৃৰ ঘৰ তেজপুৰৰ জামুগুৰিত বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, পুৰ্বৰে পৰা পত্নী আৰু স্বামীৰ মাজত সংঘাত আছিল।

Also Read: Ranjan Gogoi: দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে বিৰোধী সাংসদৰ বিশেষাধিকাৰ ভংগৰ জাননী

আনহাতে, মেধাবী ছাত্ৰী আছিল আশা বড়ো আৰু তেওঁ চতুৰ্থ শ্ৰেনীত অধ্যয়নৰত আছিল। আশাই সুন্দৰ ছবিও অংকন কৰিছিল। 

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd