• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনত সুশৃংখলিতভাৱে কাম কৰিছে মহিলা চাহ শ্ৰমিকে; সজাগতা সৃষ্টিত ব্যস্ত একাংশ শিক্ষক

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
May 3, 2020 6:44 am
VideoCapture_20200503-005537

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৭মে’ পৰ্য্যন্ত তৃতীয় পৰ্য্যায়ৰ লকডাউন ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। দীঘলীয়া লকডাউনৰ মাজতে শেহতীয়াকৈ চৰকাৰে প্ৰদান কৰা শিথিলতাৰ বাবে গ্ৰীণ জ’নত থকা চাহ বাগিছা সমূহত কিছু চৰ্ত সাপেক্ষে নিতৌ শ্ৰম কৰিবলৈ সুবিধা লাভ কৰিছে আধা সংখ্যক চাহ শ্ৰমিকে।

যি সময়ত চাহ অধ্যুষিত অঞ্চল সমূহত কালন্তক ক’ৰনা মহামাৰীৰ সংক্ৰমণৰ বিৰুদ্ধে সজাগতাৰ অভাৱ হ’ব বুলি ধাৰণা কৰা হৈছিল ঠিক সেই সময়তে চামগুৰিৰ ন’নৈ চাহ বাগিছাৰ একাংশ মহিলা চাহ শ্ৰমিক, বাগিছা কৰ্তৃপক্ষ তথা অঞ্চলটোৰ শিক্ষক সকলে দাঙি ধৰিলে এক উৎকৃষ্ট নিদৰ্শন।

Apply Now

চৰকাৰে জাৰি কৰা সকলো যাৱতীয় নীতি-নিৰ্দেশনা আখৰে আখৰে পালন কৰি নিতৌ বাগিছা খনৰ অৰ্ধেকাংশ মহিলা চাহ শ্ৰমিকে প্ৰত্যেকেই মুখত মাক্স পৰিধান কৰি সামাজিক দূৰত্ব বজাই বাগিছা খনত কেঁচা পাত তোলাৰ লগতে সমাপন কৰা দেখা গ’ল নিত্য নৈমিত্তিক কাৰ্য।

তদুপৰি, শ্ৰমিক-কৰ্মচাৰী সকলক নিতৌ ৰাতিপুৱাৰ পৰা বিয়লিলৈকে সময়ে সময়ে চাবোনেৰে হাত ধুবলৈ অথবা ছেনিটাইজ কৰিবলৈ সুবিধা কৰি দিয়া দেখা গ’ল বাগিছা কৰ্তৃপক্ষই।

এই সকলোবোৰৰ মাজতে এক বিশেষ প্ৰশংসনীয় পদক্ষেপ লোৱা দেখা গ’ল ন’নৈ বাগিছাৰ চাহ অধ্যুষিত এলেকাৰ বিদ্যালয় সমূহৰ শিক্ষক সমাজে।

লকডাউনৰ কাৰণে বিদ্যালয় বন্ধ থকাৰ বাবে বাগিছা এলেকাৰ প্ৰায় ছয় সাত জনকৈ শিক্ষক-শিক্ষয়ত্ৰীয়ে নিত্য কৰ্তব্যৰ দৰে নিতৌ বাগিছা খনৰ বিভিন্ন ছেক্টৰত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকলৰ মাজত দিনতো উপস্থিত থাকি তেওঁলোকৰ মাজত ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে।

তদুপৰি, চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনা সমূহ শ্ৰমিক-কৰ্মচাৰী সকলে সঠিকভাৱে মানি চলিছেনে নাই তাক তদাৰক কৰি ক’ৰনাৰ বিৰুদ্ধে চলি থকা যুঁজ খনত নিজকে বিনা চৰ্তৰে এজন যুঁজাৰু হিচাবে নিয়োজিত কৰিছে।

ন’নৈ চাহ বাগিছাৰ দৰিদ্ৰ চাহ শ্ৰমিক সকলৰ সুৰক্ষাৰ স্বাৰ্থত নিজেই এজন প্ৰকৃত যুঁজাৰু হিচাপে ঠিয় দিয়া চাহ অধ্যুষিত অঞ্চলটোৰ শিক্ষক-শিক্ষয়ত্ৰী কেইজনক এতিয়া ভূয়সী প্ৰশংসা কৰা দেখা গৈছে চামগুৰিৰ সচেতন মহলে।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd