• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাত দিনদুপৰতে বন্ধন বেংকৰ মহিলা কৰ্মীক আক্ৰমণ কৰি ডকাইতৰ দলে লুটি নিলে ধন

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , June 11, 2019 5:11 pm

1 min read

Screenshot_2019-06-11-16-31-19-596_com.mxtech.videoplayer.ad

ডকাইতি হোৱা স্থানত আৰক্ষীৰ দল।

1.6k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী চকীৰ অন্তুৰ্গত গড়গৰিয়াবড়ীত মঙলবাৰে দিন দুপৰতে বন্ধন বেংকৰ এগৰাকী মহিলা কৰ্মচাৰীক বাইকত অহা দুৰ্বিত্তই আক্ৰমণ কৰি ডকাইতি কাৰ্য্য সংঘটিত কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে কৃষ্ণাইৰ বন্ধন বেংকৰ কৰ্মচাৰী প্ৰতিস্মিতা শৰ্মাই নিজৰ স্কুটিৰে গ্ৰাহকৰ পৰা বেংকৰ টকা সংগ্ৰহ কৰিবলৈ গৈছিল। প্ৰীতিস্মিতাই টকা সংগ্ৰহ কৰি বেংকলৈ উভতি অহাৰ সময়তে গড়বগৰিয়াবড়ী নামৰ ঠাইত বাইকত অহা দুজন দুৰ্বিত্তই তেওঁক আক্ৰমণ কৰি স্কুটিৰ পৰা পথাৰত পেলাই দিয়ে আৰু টকা ভৰ্তি বেগটো কাঢ়ি নিয়ে।

ঘটনাৰ পাছত যুৱতীগৰাকীয়ে সহায় বিচাৰি চিঞৰ বাখৰ কৰাত চুবুৰীটোৰ লোক সকল ওলাই আহে যদিও বাইক আৰোহী দুজনে ঘটনাস্থলীৰ পৰা তেতিয়ালৈ পলায়ন কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, বাইকত অহা অচিনাক্ত লোক দুজনে বন্ধন বেংকটোৰ কৰ্মচাৰীগৰাকীক আগৰে পৰা অনুসৰণ কৰি আহিছিল আৰু গাঁৱত কেইবাটাও আত্মসহায়ক গোটৰ ধন সংগ্ৰহ কৰালৈ অঞ্চলটোত ঘুৰা-পকা কৰি আছিল।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ভূক্তভোগী যুৱতীগৰাকীয়ে কৃষ্ণাই আৰক্ষীক অৱগত কৰিছে। আৰক্ষীয়ে অপৰাধী কেইজনক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, ডকাইত দুজনে যুৱতীগৰাকীক আক্ৰমণ কৰি নগদ ধনৰ উপৰিও দুটা মোবাইল ফোন আৰু বেংকৰ নথি পত্ৰ থকা এটা বেগ লৈ যায়।

Recent News

1b1202e81b290d36195a6d88cd150258

আউট অফ দ্য ৱৰ্ল্ড: মহাকাশত খুলিছে প্ৰথমখন হোটেল; ছুটী কটাবলৈ সাজু!

pm-imran-khan-700x300

বিৰোধীৰ আসনত বহিম তথাপি দুৰ্নীতিক লৈ আপোচ নহ’ব; আস্থা ভোটৰ পূৰ্বে দৃঢ় ইমৰাণ খান

Nagaland-sppiner-750x375

আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত নাগালেণ্ডৰ খেইবৃৎছো কেনছে

Screenshot_2021-03-04-20-52-13_1

ৰঞ্জিত দাস হুচিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে টীয়কৰ ৰাজপথত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd