• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

টিউনিছিয়াৰ বিৰুদ্ধে মেচৰ ৮৪ মিনিটত 'ভি এ আৰ' আৰু 'বল-কণ্টেক্ট' প্ৰযুক্তিৰ সহায়ত অফছাইড বাতিল কৰি চুইডেনক চতুৰ্থটো গ'ল প্ৰদান, মেচখনত ৫-১ গ'লৰ ব্যৱধানত চুইডেনৰ বৃহৎ জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2026 7:22 am
92
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ফিফা বিশ্বকাপ ২০২৬ত ক্ৰিকেটৰ খেলপথাৰত ব্যৱহৃত ‘স্নিক’মিটাৰ’ সদৃশ অত্যাধুনিক প্ৰযুক্তিৰ এক অভিনৱ প্ৰয়োগ দেখিবলৈ পোৱা গৈছে। দেওবাৰে অনুষ্ঠিত চুইডেন আৰু টিউনিছিয়াৰ মাজৰ এখন মেচত এই ‘বল-কণ্টেক্ট’ প্ৰযুক্তি ব্যৱহাৰ কৰি চুইডেনক এটা গ’ল প্ৰদান কৰা হয়, যিটো প্ৰথম অৱস্থাত লাইনছমেনে অফছাইডৰ বাবে বাতিল কৰিছিল। কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন এই প্ৰযুক্তিৰ সহায়ত ৰেফাৰীয়ে লোৱা এই ঐতিহাসিক সিদ্ধান্তই বৰ্তমান ফুটবল বিশ্বত ব্যাপক চৰ্চা লাভ কৰিছে।

 দেওবাৰৰ মেচখনৰ ৮৪ মিনিটত এই আকৰ্ষণীয় ঘটনাটো সংঘটিত হয়। খেলপথাৰত প্ৰৱেশ কৰাৰ মাত্ৰ ১৮ ছেকেণ্ডৰ ভিতৰতে চুইডেনৰ মাটিয়াছ ভানবাৰ্গে দলৰ হৈ চতুৰ্থটো গ’ল কৰিবলৈ সক্ষম হয়। এই গ’লৰ পাছত চুইডেনৰ খেলুৱৈ আৰু প্ৰশিক্ষকসকলে উল্লাস প্ৰকাশ কৰিবলৈ লয় যদিও লগে লগে লাইনছমেনে ইয়াক অফছাইড বুলি ঘোষণা কৰি গ’লটো বাতিল কৰে।

Apply Now

এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি চুইডেনে দাবী কৰে যে বলটো ভানবাৰ্গৰ ওচৰলৈ অহাৰ পূৰ্বে আলেকজেণ্ডাৰ ইছাকৰ ভৰিত স্পৰ্শ কৰিছিল, যাৰ ফলত ভানবাৰ্গ কোনো কাৰণতে অফছাইড অৱস্থানত নাছিল। ইয়াৰ পাছতে খেলপথাৰৰ মূল ৰেফাৰীয়ে ভিডিঅ’ এচিষ্টেণ্ট ৰেফাৰীৰ (ভি এ আৰ) সৈতে যোগাযোগ কৰে। উল্লেখযোগ্য যে, এইবাৰৰ বিশ্বকাপত ব্যৱহৃত ফুটবলসমূহত বিশেষ কৃত্ৰিম বুদ্ধিমত্তা সংলগ্ন চিপ লগোৱা হৈছে, যাৰ জৰিয়তে বলৰ সূক্ষ্মতম স্পৰ্শও ধৰা পেলোৱা সম্ভৱ। ক্ৰিকেটৰ স্নিক’মিটাৰৰ দৰে এই বল-কণ্টেক্ট প্ৰযুক্তিৰ জৰিয়তে পৰীক্ষা কৰি নিশ্চিত কৰা হয় যে বলটো সঁচাকৈয়ে ইছাকৰ ভৰিত স্পৰ্শ কৰিছিল। পৰৱৰ্তী সময়ত ৰেফাৰীয়ে নিজৰ সিদ্ধান্ত সলনি কৰি চুইডেনক গ’লটো প্ৰদান কৰে।

এই সিদ্ধান্তৰ পাছতে চুইডেনৰ শিবিৰত পুনৰ উল্লাসৰ সৃষ্টি হয় আৰু অৱশেষত চুইডেনে মেচখনত ৫-১ গ’লৰ ব্যৱধানত বৃহৎ জয়লাভ কৰে। এই জয় হৈছে চলিত বিশ্বকাপৰ এতিয়ালৈকে দ্বিতীয় সৰ্ববৃহৎ জয়। ইয়াৰ পূৰ্বে দেওবাৰে অনুষ্ঠিত আন এখন মেচত জাৰ্মানীয়ে কুৰাছাওক ৭-১ গ’লত পৰাস্ত কৰিছিল।

 যোৱা ১১ জুনৰ পৰা মেক্সিকোৰ এজটেকা ষ্টেডিয়ামত মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মেচখনেৰে আৰম্ভ হোৱা এই বিশ্বকাপত প্ৰথমবাৰৰ বাবে ৪৮ খন দেশে অংশগ্ৰহণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত যুটীয়াভাৱে অনুষ্ঠিত হৈ থকা এই প্ৰতিযোগিতাখন অহা ১৯ জুলাইলৈকে চলিব। প্ৰথমবাৰৰ বাবে ফুটবলত এনে ধৰণৰ অত্যাধুনিক চেন্সৰ প্ৰযুক্তিৰ ব্যৱহাৰে আগন্তুক মেচসমূহত ৰেফাৰীসকলক সিদ্ধান্ত গ্ৰহণত অধিক সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd