• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙহৰ যুঁজৰ সাক্ষী হ’ল আমবাৰীৰ অগপৰ মুখ্য কাৰ্য্যালয়

অতুল বৰাৰ গুণ্ডাবাহিনীৰ দাদাগিৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 16, 2019 3:26 pm
WhatsApp Image 2019-03-16 at 2.26.13 PM

আমবাৰীত দুই ফৈদৰ মাজৰ সংঘাতৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি আৰু অগপৰ মিত্ৰতাক সাধাৰণভাৱে ল’ব পৰা নাই অগপৰ তৃণমূল কৰ্মীসকলে। আজি অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিফলন ঘটিল মিত্ৰতা বিৰোধী অগপৰ সাধাৰণ সমৰ্থকৰ প্ৰতিবাদী কণ্ঠৰ।

আনহাতে, মিত্ৰতাৰ বিৰোধিতাৰে মুখ্য কাৰ্য্যায়লয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা অগপৰ সমৰ্থক সকলৰ লগত হতাহতিত লিপ্ত হ’ল অগপ-বিজেপিৰ মিত্ৰতাক সমৰ্থন কৰা দলৰ কিছু সংখ্যক সদস্য।

Apply Now

একে গোত্ৰৰ দুয়োটা ফৈদৰ কৰ্মী-সমৰ্থকসকলৰ হতাহতিত উত্তপ্ত হৈ পৰে আমবাৰীৰ অগপৰ মুখ্য কাৰ্য্যালয়ৰ চৌহদ। নৰ্থ-ইষ্ট নাওৰ মহানগৰ সংবাদদাতাৰ হাতত আহি পৰা তথ্য অনুসৰি আবু জাহান বুলবুলি নামৰ হোজাইৰ পৰা অহা অগপৰ প্ৰতিবাদী সমৰ্থক জনক নিৰ্মমভাৱে প্ৰহাৰ কৰে মিত্ৰতাপন্থী অগপ কৰ্মী সুশীল ডেকাই।

আনহাতে, মহিলা প্ৰতিবাদকাৰী সকলৰ ওপৰতো হাত দিয়াৰ অভিযোগ উত্থাপিত হৈছে সুশীল ডেকাৰ ওপৰত। তাৎপৰ্য্যপূৰ্ণভাৱে ঘটনাৰ লগত জড়িত থকা সুশীল ডেকা অগপৰ কৰ্মী নহয় আৰু বহু দিনৰ পূৰ্বে তেওঁক দলৰ পৰা বহিস্কাৰ কৰা হৈছে বুলি দায়সৰা মন্তব্য কৰে অগপৰ মুখপাত্ৰ তপন দাসে।

মিত্ৰতাপন্থী অগপ কৰ্মীৰ আক্ৰমণত আহত আবু জাহান বুলবুলিক লতাশিল আৰক্ষীয়ে আটক কৰে।

উল্লেখযোগ্য যে, মিত্ৰতাপন্থী অগপ কৰ্মী সকলে অগপৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা কৰ্মী সকলক আক্ৰমণ কৰি অতুল বৰা জিন্দাবাদ, কেশৱ মহন্ত জিন্দবাদ ধ্বনি দি পৰিবেশ অস্থিৰ কৰি তোলে।

আনহাতে, প্ৰতিবাদকাৰীসকলে দলৰ স্বাৰ্থত আৰু মুখলজ্জ্যাত নিজকে কোনো দলৰ সমৰ্থক নহয় মাত্ৰ জাতিক ভালপোৱা সাধাৰণ নাগৰিক হিচাপে পৰিচয় দি নাগৰিকত্ব বিধেয়ক বিজেপিয়ে গৃহীত কৰিম বুলি কোৱাৰ পাছতো কিয় অগপই দলটোৰ সৈতে মিত্ৰতা কৰিলে বুলি প্ৰশ্ন কৰে।

অগপ দলৰ কাৰ্য্যালয়ত থকা সদস্য সকলে অৱশ্যে সমগ্ৰ ঘটনাৰ পৰা দায় সাৰিব চেষ্টা কৰি প্ৰতিবাদকাৰী সকলক কংগ্ৰেছৰ দালাল আখ্যা দিয়ে।

বিষয় যিয়েই নহওক অগপ কৰ্মীৰ আজিৰ দিনটোৰ আচৰণে হিমন্ত বিশ্বই অগপ কাৰ্য্যালয়ক বিবাহ ভৱন আখ্যা দিয়া কথাষাৰকে যেন আৰু এক মাত্ৰা প্ৰদান কৰিলে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd