• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আজি বিয়লি ৪ বজাত বিত্ত মন্ত্ৰী সীতাৰমণে জনাব ২০ লাখ কোটি টকাৰ পেকেজৰ সবিশেষ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 13, 2020 11:14 am

1 min read

finance_minister_nirmala_sitharaman_file_pic__1580617294

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

1.5k
VIEWS
Share on FacebookShare on Twitter

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বিয়লি ৪ বজাত এখন গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰিছে। বিত্ত মন্ত্ৰী গৰাকীয়ে এই সংবাদমেলতে ২০ লাখ কোটি টকাৰ পেকেজৰ বিস্তৃত ৰূপ প্ৰকাশ কৰিব।

ক’ৰ’না ভাইৰাছৰ সংহাৰ প্ৰতিৰোধৰ বাবে দেশত চলি থকা লকডাউনৰ মাজতেই মঙলবাৰে প্ৰধান মন্ত্ৰী মৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি এই আৰ্থিক পেকেজৰ ঘোষণা কৰিছিল।

আত্মনিৰ্ভৰ ভাৰত’ নামৰ অভিযানৰ জৰিয়তে ঘোষণা কৰা এই আৰ্থিক পেকেজৰ সবিশেষ আজি দাধি ধৰিব বিত্ত মন্ত্ৰী সীতাৰমণে। বিত্ত মন্ত্ৰ্যালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সন্যালে এই আঁচনিখনে সমাজৰ সকলো শ্ৰেণীৰ লোককে সামৰি ল’ব বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে ভাইৰাছ প্ৰতিৰোধৰ বাবে বিগত ৪৯ দিন ধৰি চলি থকা লকডাউনে ভাৰতৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে প্ৰধান মন্ত্ৰীৰ মোদীৰ ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ ঘোষণাই সকলোকে আশ্বৰ্যকৰ কৰি তোলে।

মোদীয়ে ঘোষণা কৰা এই ২০ লাখ কোটি টকা দেশৰ জিডিপিৰ প্ৰায় ১০ শতাংশ। ২০২০-২১ৰ অনুমোদিত ৩০ লাখ কোটি টকাৰ বাজেটৰ তুলনাত মাত্ৰ ১০ লাখ কোটি কম।

ক’ৰ’নাই তীব্ৰ ৰূপ ধাৰণ কৰা সময়তে ঘোষণা কৰা এই আৰ্থিক পেকেজৰ ফলত দেশৰ কুটীৰ শিল্প, ক্ষুদ্ৰ উদ্যোগষ শ্ৰমিক, কৃষক আৰ মধ্য বিত্ত শ্ৰেণীৰ লোকসকল উপকৃত হ’ব।

ইয়াৰ উপৰি ভাৰতীয় উদ্যোগ জগততো এই আৰ্থিক পেকেজে প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে প্ৰধান মন্ত্ৰী মোদীয়ে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd