• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰেপ্তাৰ হ’ব নেকি অৰ্ণৱ গোস্বামী! দেশৰ বিভিন্ন থানাত গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল

by
April 23, 2020 1:16 pm
images.jpg2
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে এহাজাৰ দাখিল কৰিছে ছত্তিশগড় প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

ৰায়পুৰ আৰক্ষী জনায় যে ইতিমধ্যে এজাহাৰখন গ্ৰহণ কৰি পঞ্জীয়ন কৰা হৈছে গোচৰটো।

Apply Now

ৰিপাব্লিক টিভিৰ নিজৰ টক শ্ব’ত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক অতি কটু আৰু অসন্মাজনক ভাষা প্ৰয়োগ কৰিছিল সাংবাদিক অৰ্ণৱ গোস্বামীয়ে।

মহাৰাষ্ট্ৰ নাগপুৰতো মহাৰাষ্ট্ৰ যুৱ কংগ্ৰেছৰ সভাপতি সত্যজিৎ তাম্বেই গোস্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

লগতে পঢ়ক : সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা অর্ণৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী দেশৰ এগৰাকী সাংবাদিকৰ

ইফালে মহাৰাষ্ট্ৰ এম অ’ এছ(গৃহ) সতেজ পাটিলে কয় যে পালঘৰ গণপ্ৰহাৰ কাণ্ডৰ সন্দৰ্ভত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই অৰ্ণৱ গোস্বামীয়ে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক মৰ্যাদা হানিকৰ মন্তব্য কৰাৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ ৰাজ্য চৰকাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

ইফালে ৰায়পুৰত ছত্তিশগড়ৰ স্বাস্থ্য মন্ত্ৰী টি এছ সিং দেও আৰু ৰাজ্যিক কংগ্ৰেছ সভাপতি মোহন মাকৰ্মামে আৰক্ষীত এক অভিযোগ পত্ৰ দাখিল কৰিছে।

লগতে পঢ়ক : অৰ্ণৱ গোস্বামী পাগল হৈছে, ছোনিয়া গান্ধীক কৰা সমালোচনা গৰিহণাযোগ্য : ৰাজস্থানৰ কংগ্ৰেছী মুখ্য মন্ত্ৰী অশোক গেহলট

‘তেওঁৰ ধৰ্মীয় মেৰু বিভাজনমূলক মন্তব্য কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ছোনিয়া গান্ধীক অতি অপমানজনক মন্তব্য কৰিছে, যাৰ প্ৰমাণ ইউটিউভ আছে।’ এইদৰে পত্ৰখনত উল্লেখ কৰা হৈছে।

ইয়াৰ পিছতে সিং দেৱে টুইটাৰ একাউন্টত টুইট কৰি কয় যে ‘মই অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে এইমাত্ৰ অভিযোগ দাখিল কৰিছো।’

ৰায়পুৰৰ শীর্ষ আৰক্ষী বিষয়াই কয় যে ভাৰতীয় দণ্ডবিধি আইনৰ চেকশ্যন ১৫৩(এ), ২৯৫(এ) আৰু ৫০৫(এ) অধীনত গোচৰ ৰুজু কৰি তদন্ত  আৰম্ভ কৰা হৈছে।

কংগ্ৰেছী সূত্ৰত প্ৰকাশ যে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে দেশজুৰি ১০০০ খন এজাহাৰ দাখিল কৰা হ’ব।

লগতে পঢ়ক : সাংবাদিক অৰ্ণৱ গোস্বামীক মুম্বাইত আক্ৰমণ; কংগ্ৰেছৰ ওপৰত অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd