• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঘৃণামূলক সাম্প্ৰদায়িক ভাষণ: হিন্দুত্ববাদী নেতা তথা ধৰ্মগুৰুৰ বিৰুদ্ধে এজাহাৰ দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2022 6:14 pm
Hate Speech in India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটোৰ পাছত সিটো গোচৰৰ সমুখীন হ’ব লগা হৈছে ঘৃণনীয় বক্তব্যৰে চৰ্চাত থকা হিন্দুত্ববাদী নেতা তথা ধৰ্মগুৰু য়াতি নৰসিংহানান্দ। এইবাৰ মহাৰাষ্ট্ৰৰ আহমেদনগৰ আৰক্ষীয়ে ধৰ্মগৰুজনৰ এখন এজাহাৰ দাখিল কৰিছে।

দেশৰ আগশাৰীৰ সংবাদপত্ৰ নেচনেল হেৰাল্ডে প্ৰকাশ কৰামতে, ২০২১ চনৰ মাৰ্চত তেওঁ আগবঢ়োৱা এটা ঘৃণনীয় মন্তব্যৰ ভিত্তিত এই এজাহাৰ দাখিল কৰা হৈছে। এই অনুসৰি ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত ধৰ্মগুৰুজনক অভিযুক্ত কৰা হৈছে।

Apply Now

উল্লেখযোগ্য যে ধৰ্মগুৰুজনে উক্ত মন্তব্যটোৰে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মেন এপিজে আব্দুল কালামক অপমান কৰিছিল। তেওঁ কৈছিল যে কালামে পাকিস্তানক ভাৰতৰ পৰমাণু বোমাৰ ফৰ্মুলাসমূহ বিক্ৰী কৰিছিল।

প্ৰাক্তন ৰাষ্ট্ৰপতিজনক জিহাদী নাম্বাৰ ৱান বুলি আখ্যা দিও তেওঁ চৰম নিকৃষ্ট ভাষ্য আগবঢ়াইছিল। তদুপৰি দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান আলিগড় মুছলিম ইউনিভাৰ্চিটি আৰু জামিয়া মিলিয়া ইছলামিয়াক লৈও তেওঁ বিতৰ্কিত মন্তব্য কৰিছিল।

তেওঁ কৈছিল যে এইসমূহ প্ৰতিষ্ঠানে ভাৰতক আফগানিস্তানৰ দৰে মুছলিম দেশ কৰি তুলিব। তদুপৰি ২০২৯ চনত দেশে এজন মুছলিম প্ৰধানমন্ত্ৰী লাভ কৰিব বুলিও তেওঁ একপ্ৰকাৰ সকীয়নি দি মুছলমান সকলৰ বিৰুদ্ধে হিন্দুত্ববাদী লোক সকলক উচতনি দিছিল।

ধৰ্মগুৰুজনৰ এই বিতৰ্কিত মন্তব্যমসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। তাৰপাছতে উক্ত বৰ্ষৰ জুলাই মাহত কেইবাজনো সমাজ সচেতন লোকে আদালতৰ কাষ চাপে আৰু ধৰ্মগুৰুজনৰ ওপৰত ব্যৱস্থা ল’বলৈ আহ্বান জনায়। তেওঁলোকে কয় যে ধৰ্মগুৰুজনে ভাৰতৰ ঐকতাৰ ওপৰত ভাবুকি আনিছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও নিজৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে আইনী ব্যৱস্থাৰ সমুখীন হৈছিল য়াতী নৰসিংহানান্দ। শেহতীয়াকৈ হৰিদ্বাৰত অনুষ্ঠিত ধৰ্মসংসদত তেওঁ মুছলিমসকলৰ ওপৰত নৰমেধযজ্ঞ চলোৱাৰ হুংকাৰ দিছিল।

ইয়াৰ বাবে তেওঁক কাৰাগাৰলৈ পঠোৱা হৈছিল। কিন্তু ১৮ ফেব্ৰুৱাৰীত তেওঁ জামিনত মুক্তি লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd