• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিমানবাহী ৰণতৰী আইএনএছ বিক্ৰান্ত পুনৰুজ্জীৱিত কৰাৰ নামত কোটি কোটি টকা আত্মস্যাৎ; পুত্ৰসহ বিজেপি নেতাৰ বিৰুদ্ধে দাখিল এজাহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2022 4:04 pm
156
VIEWS
Share on FacebookShare on Twitter

জাহাজ আইএনএছ বিক্ৰান্তক পুনৰুজ্জীৱিত কৰি তোলাৰ নামত বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা ৫৭ কোটিতকৈও অধিক টকা বিজেপি নেতাগৰাকী আৰু তেওঁৰ পুত্ৰই আত্মস্যাৎ কৰাৰ অভিযোগ উঠিছে।

বাতৰি অনুসৰি, বিজেপি নেতা কিৰীট ছোমাইয়া আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে ট্ৰম্বে থানাত এখন এজাহাৰ দাখিল কৰা হয়। এগৰাকী প্ৰাক্তন ভাৰতীয় সেনাৰ বিষয়াৰবিমানবাহী ৰণতৰী আইএনএছ (INS) বিক্ৰান্ত পুনৰুজ্জীৱিত কৰি তোলাৰ নামত কোটি কোটি টকা আত্মস্যাৎ কৰাৰ অভিযোগত বিজেপি নেতা কিৰীট ছোমাইয়া আৰু তেওঁৰ পুত্ৰ নীলৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়ক: হলদিৰামৰ খাদ্যৰ পেকেটত উৰ্দু বাক্য: মহিলা সাংবাদিকক তুলাধুনা নেটিজেনৰ, ভিডিঅ’ ভাইৰেল

বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগত বিজেপি নেতা ছোমাইয়া আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছে।

ভাৰতীয় নৌসেনাৰ প্ৰথম বিমানবাহী ৰণতৰী বা যুদ্ধ অভিযোগৰ ভিত্তিতেই  বিজেপি নেতা আৰু তেওঁৰ পুত্ৰ বিৰুদ্ধে আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

অভিযোগ অনুসৰি, প্ৰাক্তন সাংসদ কিৰীট ছোমাইয়া আৰু তেওঁৰ পুত্ৰ নীলে ২০১৩ৰ পৰা ২০১৪চনৰ ভিতৰত আইএনএছ বিক্ৰান্তক পুনৰুজ্জীৱিত কৰাৰ নামত সাধাৰণ নাগৰিকৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল।

লগতে পঢ়ক: ভ্লাদিমিৰ পুটিনৰ পৰিয়ালৰ বিষয়ে আমি কিমান জানো? কেইটা সন্তানৰ পিতৃ পুটিন?

ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়াগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁলোকে আইএনএছ বিক্ৰান্তৰ নামত সংগ্ৰহ কৰা ধন চৰকাৰী একাউন্টত জমা নকৰি আত্মস্যাৎ কৰিছে।

মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে এতিয়ালৈকে বিজেপি নেতা আৰু তেওঁৰ পুত্ৰক চমন জাৰি কৰা হোৱা নাই যদিও তেওঁলোকৰ বেংক একাউন্টৰ লগতে ধনৰ লেনদেনৰ বিষয়ে অনুসন্ধান কৰি থকা হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd