• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত জব্দকৃত কয়লা ভৰ্তি ট্ৰাকত জুই!

অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰক্ষা পৰিল ট্ৰাকখন

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , April 3, 2021 8:02 pm

1 min read

a coal
1k
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ সন্মুখত জব্দ কৰি ৰখা অবৈধ কয়লা ভৰ্তি ট্ৰাকৰ পৰা ওলোৱা ধোঁৱাই আজি বিয়লি টীয়ক নগৰৰ আৱাসিক,ব্যৱসায়িক  অঞ্চলত থকা লোকসকলক ভীতিগ্ৰস্ত কৰি তোলে ।

পৰিস্থিতিৰ ভয়াবহতা দেখি প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক অৱগত কৰাত টীয়কৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে আহি জুই নিয়ন্ত্ৰণ কৰে ।

উল্লেখযোগ্য যে টীয়ক আৰক্ষীয়ে নিয়মীয়া তালাচীত আজিৰ পৰা কিছু দিন পূৰ্বে অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰি থানাৰ সন্মুখতে ৰাখি থৈছিল।

আজি  উক্ত ট্ৰাকখনত জুই লগা স্থানীয় ব্যৱসায়ীয়ে প্ৰত্যক্ষ কৰি আৰক্ষীক জনায় আৰু আৰক্ষীয়েও ততাতৈয়াকৈ অগ্নি নিৰ্ব্বাপক বাহিনীক খবৰ দিয়ে।

ঘটনাস্থলীত খবৰ পোৱাৰ লগে লগে অগ্নি নিৰ্ব্বাপক বাহিনীৰ এটি দল উপস্থিত হৈ উক্ত জুই নুমুৱাই অঞ্চলটোক বৃহৎ ক্ষতি সাধনৰ পৰা ৰক্ষা কৰে।

Recent News

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

IMG-20210421-WA0040(1)

বোকাখাতৰ বৰচাপৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত দুই বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd