DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড : লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত

উত্তম শইকীয়া ,বোকাখাত by উত্তম শইকীয়া ,বোকাখাত
January 2, 2022 8:54 pm
197
VIEWS
Share on FacebookShare on Twitter

নৱবৰ্ষৰ প্ৰথম আৰু দ্বিতীয় দিনটোতে বোকাখাত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘৰ্টিত হয়৷

১ জানুৱাৰীৰ মাজ নিশা বোকাখাতৰ গেলেকীত থকা এটা নতুনকৈ নিৰ্মাণ কৰা এটা পৰ্যটক নিৱাস গৃহত অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয় ৷

মাজনিশা হোৱা এই অগ্নিকাণ্ডত পৰ্যটক নিৱাসটো সম্পুৰ্ণ ৰূপে ধ্বংস হোৱাৰ উপৰি প্ৰায় ২০ লক্ষাধিক টকাৰ সম্পত্তি অগ্নিত জাহ যায় ৷ মাজ নিশাই বোকাথাতৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয় ৷

অগ্নিত যাহ যোৱা পৰ্যটক নিৱাসটো লোক নিৰ্মাণ বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া শান্তনু ভট্টচাৰ্যৰ বুলি জানিব পৰা গৈছে ৷

ইফালে নৱবৰ্ষৰ দ্বিতীয় দিনা দেওবাৰে বোকাখাতৰ ধনশিৰিমুখৰ জিৰন্তী পেগু নামৰ মহিলা গৰাকীৰ বাসগৃহতো অগ্নিকাণ্ডৰ ঘটনা সংঘৰ্টিত হয় ৷ অগ্নিকাণ্ডত একেখন বাৰীতে থকা দুটা আবাসগৃহ সম্পূৰ্ণ জাহ যায়।

অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱাৰ উপৰি অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে বিশাল পেগু নামৰ এজন যুৱকৰ।

অগ্নিকাণ্ডৰ সময়ত ঘৰৰ ভিতৰত শুই আছিল যুৱকজন। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় বোকাখাত অগ্নি নিৰ্বাপক বাহিনীয়ে । বোকাখাতৰ এই দুয়োটা অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd