• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ আইএছবিটিত ভয়ংকৰ অগ্নিকাণ্ড,দাউ দাউকৈ জ্বলিল বাছ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 2, 2021 8:55 pm

1 min read

isbt
846
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ  গড়চুকৰ আইএছবিটিত আজি সন্ধিয়া প্ৰায় ৮-১২ বজাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বাছ টাৰ্মিনাছটোত দুখন বাছ দাউ দাউ কৈ জ্বলি উঠিছে।

অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।জানিব পৰা মতে জুই লগা বাছ দুখন অসম  ৰাজ্যিক পৰিবহন নিগমৰ অধীনষ্ঠ এখন পুৰণি গাড়ী।

গাড়ী দুখন বেয়া হোৱা বাবে বাছ আস্থানটোত ৰখাই থোৱা হৈছিল বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে।

বাছ দুখনত জুই লগাৰ পিছতে সমগ্ৰ বাছ আস্থানটোতে আতংক বিয়পি পৰে।

অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখন বাহন ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। অধিক খবৰৰ বাবে অপেক্ষা কৰা হৈছে।

Recent News

index.jpgm

বংগত বিশাল নিৰ্বাচনী ৰেলী কৰি ফুৰা অমিত শ্বাহে ক’লে, ‘কুম্ভমেলা, ৰমজানত কোভিড বিধি উলংঘন হৈছে’

Margherita

ডুমডুমাৰ সাংবাদিক মনোজ বৰুৱালৈ সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd