DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ প্ৰাকক্ষণত হাজোত গুলীচালনা, সংকটজনক অৱস্থাত দুজনক জিএমচিএইছলৈ

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
March 14, 2021 9:02 pm
a amit
409
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনৰ প্ৰাকক্ষণত হাজোৰ বুল্লুটত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।

বুল্লুটৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দাবী কৰা ধন নিবলৈ আহি ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলে  আজি সন্ধিয়া গুলিচালনা কৰে।

ৰাইফুল আলী নামৰ এজন ব্যৱসায়ীক লক্ষ্য কৰি দুৰ্বৃত্তই গুলীবৰ্ষণ কৰে।

জানিব পৰা মতে পূৰ্বে দাবী কৰা  ধন নোপোৱাত দুৰ্বৃত্তৰ দলটোৱে পিষ্টলেৰে গুলীয়াই হত্যাৰ চেষ্টা চলালে ৰাইফুলক।ফলত গুৰুতৰ ভাবে আহত হয় ব্যৱসায়ীগৰাকী।

তাৰপাছতেই স্থানীয় লোকে দুৰ্বৃত্তৰ দলটোৰ চামচুল হক নামৰ  এজনক ঘটনাস্থলীতেই আটক কৰি উপৰ্যুপৰি দাৰে ঘপিয়ায় ।

ইতিমধ্যে হাজো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাত প্ৰাপ্ত দুয়োগৰাকীকে অতি সংকট জনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰিছে।

এই ঘটনাৰ পাছতেই  সমগ্ৰ বুল্লুট অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে।

Recent News

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

উপ-নিৰ্বাচনৰ বহুকেইখন আসনত বিজেপিৰ জয়লাভ, উত্তৰ প্ৰদেশত অখিলেশৰ দুৰ্গত আঘাত গেৰুৱা বাহিনীৰ

উপ-নিৰ্বাচনৰ বহুকেইখন আসনত বিজেপিৰ জয়লাভ, উত্তৰ প্ৰদেশত অখিলেশৰ দুৰ্গত আঘাত গেৰুৱা বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd