• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰৰ অনুমতি অবিহনেই কোম্পানীয়ে নিয়োগ তথা অপসাৰণ কৰিব পাৰিব কৰ্মচাৰীক!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2020 11:45 am
collage-232-1024x559

প্ৰতিনিধিত্বমূলক ফটো।

257
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ আগতীয়া অনুমতিৰ প্ৰয়োজন নহ’ব। নিজৰ ইচ্ছা মতে কোম্পানীসমূহে নিয়োগ তথা চাকৰিৰ পৰা অপসাৰণো কৰিব পাৰিব।

একমাত্ৰ ৩০০তকৈ কম কৰ্মচাৰী থকা কোম্পানীসমূহকহে এই অনুমতি দিয়া হ’ব। শনিবাৰে লোকসভাত দাখিল কৰা এখন বিধেয়কত কেন্দ্ৰীয় শ্ৰম মন্ত্ৰ্যালয়ে এই প্ৰস্তাৱ আগবঢ়াইছে।

সাধাৰণতে, যিবোৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্মচাৰীৰ সংখ্যা ১০০তকৈ কম, তেওঁলোকে চৰকাৰৰ অনুমতি অবিহনেই কৰ্মচাৰী নিয়োগ তথা অপসাৰণ কৰিব পাৰে।

চৰকাৰৰ এই নতুন প্ৰস্তাৱটো ‘ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কোড বিল২০২০’ৰ অন্তৰ্ভুক্ত কৰা হৈছে। বিধেয়কখন কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী সন্তোষ গংগোৱাৰে সদনত উত্থাপন কৰে।

এই বিধেয়কখন যোৱা বছৰেই লোকসভাত উত্থাপন কৰা হৈছিল। তাৰ পাছত শ্ৰম বিষয়ক সংসদীয় স্থায়ী সমিতিৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল।

আলোচনাৰ বাবে শ্ৰম মন্ত্ৰ্যালয়ৰ পৰা মুকলি কৰি দিয়া বিধেয়কৰ খচৰাতো নতুন নিয়ম আছিল। কিন্তু বিভিন্ন শ্ৰমিক সংগঠনৰ বিৰোধিতাৰ ফলত নিয়মটো ২০১৯ৰ বিধেয়কত ৰখা হোৱা নাছিল।

এই বছৰ পুনৰ চৰকাৰৰ অনুমতি অবিহনেই ৩০০ৰ কম কৰ্মচাৰী থকা কোম্পানীসমূহৰ খৰচ হ্ৰাস কৰাৰ বাবে সংসদীয় সমিতিয়ে অপসাৰণ বা সেইবোৰ বন্ধ কৰি দিয়াৰ অনুমতি দিছিল।

বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ পাছত ইয়াৰ বিৰোধিতাত সৰৱ হৈ পৰিছে কংগ্ৰেছকে ধৰি একাধিক বিৰোধী দল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd