• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত বিমানযোগে উপস্থিত কোভিড-১৯ৰ ভেকচিন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 12, 2021 6:36 pm

1 min read

গুৱাহাটীত বিমানযোগে উপস্থিত কোভিড-১৯ৰ ভেকচিন
106
VIEWS
Share on FacebookShare on Twitter

অসম আৰু মেঘালয়ৰ বাবে প্ৰথম পৰ্যায়ৰ কোভিড ভেকচিন মঙলবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হৈছে।

মঙলবাৰে সন্ধিয়া ৫.১০ মিনিটত কোভিড ভেকচিন কঢ়িওৱা এখন বিমান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰে।

গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে কোভিড ভেকচিন সমূহ শীতল ভাণ্ডাৰত ৰখাৰ ব্যৱস্থা কৰা হয়।

অসম আৰু মেঘালয়ৰ বাবে প্ৰায় ২ লাখ ৭৬ হাজাৰ কোভিড ভেকচিন আজি গুৱাহাটীলৈ অনা হয়।

১২ হাজাৰকৈ ভেকচিন ভৰ্তি প্ৰায় ২০ টা বাকচ বিমানযোগে গুৱাহাটীত উপস্থিত হয়।

২০ টা বাকচৰ ভিতৰত ১৭ টা অসমৰ বাবে আৰু ৩ টা মেঘালয়ৰ বাবে অনা হৈছে।

দেশত কোভিডৰ বিৰুদ্ধে জৰুৰীকালীন ব্যৱহাৰৰ বাবে ইতিমধ্যে চেৰাম ইষ্টিটিউটৰ কোভিশ্বিল্ড আৰু ভাৰত বায়োটেকৰ কোভাক্সিনক অনুমতি প্ৰদান কৰা হৈছে।

চেৰাম ইষ্টিটিউটে ইতিমধ্যে কোভিশ্বিল্ডৰ ১০০ মিলিয়ন ভেকচিনৰ মূল্য ২০০ টকাকৈ নিৰ্দ্ধাৰণ কৰিছে।

সমগ্ৰ দেশত ১৬ জানুৱাৰিৰ পৰা কোভিডৰ ভেকচিন প্ৰদান কৰা হ’ব।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd