• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰথমবাৰৰ বাবে পাকিস্তানী বায়ুসেনাৰ পাইলট পদত নিযুক্ত কোন এইগৰাকী হিন্দু যুৱক?

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , May 4, 2020 12:27 pm

1 min read

552098-pak-air

পাকিস্তানী বায়ুসেনাৰ বিমান। ফাইল ফটো: জি নিউজৰ সৌজন্যত

66.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী হিন্দু যুৱকক দেশখনৰ বায়ুসেনাৰ পাইলট হিচাপে নিযুক্তি দিয়া হৈছে।

পাকিস্তানী বায়ুসেনাত জেনেৰেল ডিউটি পাইলট অফিচাৰ হিচাপে নিযুক্ত হোৱা যুৱকজনৰ নাম হৈছে ৰাহুল দেব।

পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত এই কথা সদৰী কৰা হৈছে।

বাতৰি অনুসৰি, ৰাহুল দেব সিন্ধ প্ৰান্তৰ আটাইতকৈ ডাঙৰ জিলা থৰপাৰকৰৰ বাসিন্দা। পাকিস্তানৰ থৰপাৰকৰত অধিক সংখ্যক হিন্দু লোক বাস কৰে।

উন্নয়নৰ পৰা বঞ্চিত উক্ত অঞ্চলটোৰ পৰা পাকিস্তানৰ বায়ুসেনাত যোগদান কৰা ৰাহুল দেব হৈছে প্ৰথমগৰাকী ব্যক্তি।

ৰাহুল দেবৰ এই নিযুক্তিত সন্তুষ্টি প্ৰকাশ কৰিছে ‘অল পাকিস্তান হিন্দু পঞ্চায়ত’ৰ সচিব ৰবি দৱানীয়ে।

দৱানীয়ে কয় যে সংখ্যালঘু সম্প্ৰদায়ৰ কেইজনমান সদস্যই অসামৰিক সেৱাৰ লগতে সেনাৰ আন শাখাতো সেৱা আগবঢ়াই আহিছে। বিশেষকৈ দেশখনৰ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ চিকিৎসক হিন্দু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছে।

তেওঁ লগতে কয় যে চৰকাৰে যদি সংখ্যালঘুসকলক গুৰুত্ব দিয়ে তেতিয়াহ’লে আগন্তুক দিনত এনেকুৱা আৰু বহু ৰাহুল দেব দেশৰ সেৱাৰ বাবে সাজু থকা বিচাৰি পাব।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd