• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 27, 2025 7:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ বোৱাৰীয়েকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ব্যক্তিৰ বিৰুদ্ধে। হত্যাকাণ্ডৰ পিছত অভিযুক্তই নিজৰ ঘৰৰ সমীপত ১০ ফুটৰ গাঁতত বোৱাৰীয়েকক সমাধিস্থ কৰি প্ৰমাণ ধ্বংসৰ চেষ্টা কৰে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ফৰিদাবাদত।

ঘটনাৰ ২ মাহৰ পাছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। মূল অভিযুক্ত শহুৰেকক গ্ৰেপ্তাৰ কৰে যদিও মৃতকৰ শাহুৱেক আৰু স্বামী বৰ্তমান পলাতক।

Apply Now

আৰক্ষীৰ মতে, ঘটনাৰ তদন্ত কৰি ইতিমধ্যে ভূপ সিং নামৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তই জেৰাৰ সময়ত হত্যাকাণ্ডৰ কথাও স্বীকাৰ কৰিছে।

আৰক্ষীক দিয়া বিবৃতি অনুসৰি যোৱা ১৫ এপ্ৰিলত ২৪ বছৰীয়া বোৱাৰী তন্নুক হত্যাৰ পৰিকল্পনা কৰা হৈছিল। তন্নুৰ শাহুৱেকক উত্তৰ প্ৰদেশৰ ইটাৰ এখন বিয়ালৈ প্ৰেৰণ কৰা হৈছিল। ২১ এপ্ৰিলৰ নিশা তন্নুৰ স্বামী অৰুণে পত্নী আৰু ভগ্নী কাজলক টোপনিৰ বড়ি দিছিল। তাৰ পাছত ভূপ সিঙে বোৱাৰীয়েকক হত্যা কৰে। হত্যাৰ পূৰ্বেও মহিলাগৰাকীক ধৰ্ষণ কৰা বুলিও অভিযোগ উঠিছে। তদন্তকাৰীয়ে দাবী কৰিছে যে অৰুণে হত্যাকাণ্ডৰ বিষয়ে জানিছিল, কিন্তু ধৰ্ষণৰ বিষয়ে নাজানিছিল।

তদন্তকাৰীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ পিছত তন্নুৰ মৃতদেহ ঘৰৰ ওচৰৰ পুতি থোৱা হয়। চুবুৰীয়াক কোৱা হৈছিল যে এই গাঁতটো নলা নিষ্কাশনৰ বাবে বনোৱা হৈছে। তাৰ পাছতে বোৱাৰীজনী নিৰুদ্দেশ হোৱা বুলি অঞ্চলটোত খবৰ বিয়পি পৰিল।

আৰক্ষীয়ে গাঁতটো খান্দি হত্যাৰ দুমাহৰ পাছত মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে মূল অভিযুক্ত ভূপ সিঙক তিনিদিনীয়া জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে। তন্নুৰ শহুৰেকৰ ঘৰৰ চাৰিজন সদস্য – ভূপ সিং, তেওঁৰ পত্নী ছোনিয়া, পুত্ৰ অৰুণ সিং আৰু কন্যা কাজলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। অৱশ্যে আটাইকেইজনেই গ্ৰেপ্তাৰৰ আশংকাত পলায়ন কৰিছে।আৰক্ষীৰ মতে, ২০২৩ চনত অৰুণ আৰু তন্নুৰ বিবাহ হয়।কিন্তু বিয়াৰ পিছত শহুৰেকে যৌতুক বিচাৰি তাইক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। যাৰ বাবে অৱশেষত তন্নুক হত্যা কৰা হয়। অভিযুক্ত ভূপ সিঙক সোধা-পোছা কৰাৰ সমান্তৰালকৈ আৰক্ষীয়ে বাকী থকা অভিযুক্তক বিচাৰিবলৈ আৰম্ভ কৰিছে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd