• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৎস্যপালন চৰকাৰী চাকৰিৰ বিকল্প হ’ব পাৰে : কানৈ মহাবিদ্যালয়ত সংমিশ্ৰিত মৎস্য প্ৰশিক্ষণ শিবিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2019 6:50 pm
কানৈ মহাবিদ্যালয়ত মৎস্য প্ৰশিক্ষণ শিৱিৰৰ ফটো

কানৈ মহাবিদ্যালয়ত মৎস্য প্ৰশিক্ষণ শিৱিৰৰ ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰকৃতি বিষয়ক বেচৰকাৰী অনুষ্ঠান ”জীৱ সুৰক্ষা” ৰ উদ্যোগত আৰু ডিব্ৰগড় ডি এইচ এচ কে মহাবিদ্যালয়ৰ সহযোগত, গোগামুখৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহায্যত আজিৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে সংমিশ্ৰিত মীন পালন বিষয়ক প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হৈছে।

প্ৰশিক্ষণ শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্ত শাষিত পৰিষদৰ কাৰ্য্যবাহী বিষয়া প্ৰশান্ত বৰা, জিলা প্ৰকল্প সঞ্চালক নাবাৰ্ড লিপি দেউৰী, মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানটোৰ আঁত ধৰে জীৱ সুৰক্ষাৰ সম্পাদক ড০ নৱজ্যোতি বৰাই।

Apply Now

ড০ শশীকান্ত শইকীয়াই বন্তি প্ৰজ্বলন কৰি শুভাৰাম্ভ কৰা প্ৰশিক্ষণ শিৱিৰত অসমৰ মৎস্য চাহিদা পুৰণ কৰাৰ বাবে থলুৱাভাবে বিজ্ঞানসন্মত প্ৰযুক্তিৰ দ্বাৰা মৎস উৎপাদনত মনোনিবেশ কৰিব লাগিব বুলি মন্তব্য কৰে। অসমৰ বিভিন্ন ঠাইত চন পৰি থকা মাটি সমূহ ব্যৱহাৰ কৰি মৎস্য উৎপাদন কৰিলেহে বহিঃ ৰাজ্যৰ পৰা মাছৰ আমদানি ৰোধ কৰিব পৰা যাব বুলিও শইকীয়াই প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্য কৰি কয়।

আনহাতে, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী বিষয়া প্ৰশান্ত বাড়িয়ে অসমত মৎস্য বিপ্লৱ গঢ়ি তোলাৰ বাবে যুৱ সমাজক আগবাঢ়ি অহাৰ বাবে আহ্বান জনায়। আকৌ ডিব্ৰুগড়ৰ ৰমাই আৰু চৰাইহাবি গাঁও দুখন আদৰ্শ মীন গাঁও হিচাপে গঢ়ি তোলাৰ বাবে মিচিং স্বায়ত্ব শাসিত পৰিষদে বিশেষ উদ্যোগ ল’ব বুলি উল্লেখ কৰি এই ক্ষেত্ৰত ”জীৱ সুৰক্ষা”ৰ সহযোগিতা কামনা কৰে।

নাবাৰ্ডৰ প্ৰকল্প সঞ্চালক লিপি দেউৰীয়ে মৎস্য পালনৰ ক্ষেত্ৰত আৰ্থিক সহযোগিতাৰ দিশত বিভিন্ন বেংক সমূহে কেনেদৰে সহায় কৰে তাৰ ওপৰত বিষদ ভাবে বৰ্ণনা কৰে। বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি কিদৰে উৎপাদন দুগুণ কৰিব পাৰি আৰু উৎপাদিত সামগ্ৰী সমূহৰ বজাৰ সম্বন্ধেও বিষয়াজনে প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণকাৰী সকলক অৱগত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd