• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হায়দৰাবাদত কৰ্ম সংস্থাপন হেৰুৱাই বিমোৰত নগাঁৱৰ ৫ যুৱক : প-পত্ৰ পূৰণ কৰিও নাপালে চৰকাৰী সাহায্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 10, 2020 8:24 pm
5f9b5714-64c3-4593-9b70-4ba51c4a0ef4
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হায়দৰাবাদত এটা ইটাভাটাত কৰ্ম সংস্থাপন হেৰুৱাই বিমোৰত পৰিছে নগাঁৱৰ ৫ জন যুৱক।

ইয়াভাটাটোত শ্ৰমিক হিচাপে কৰ্মৰত আছিল যুৱককেইজন।

Apply Now

কিন্তু ল’কডাউনৰ ফলত ইটাভাটাৰ কাম-কাজ বন্ধ হৈ যোৱাৰ ফলত এতিয়া প্ৰায় কৰ্ম সংস্থাপন হেৰুওৱাৰ দৰে অৱস্থা হ’ল যুৱককেইজনৰ।

বৰ্তমান ইটাভাটাৰ মালিকেও যুৱককেইজনৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিছে।

যাৰ ফলত এতিয়া চৰম বিপদৰ সন্মুখীন হৈছে যুৱককেইজন।

যুৱককেইজন হৈছে ক্ৰমে নিপু আলি (কুঁৱৰীটোল চাৰিআলি, কলিয়াবৰ, নগাঁও জিলা), চামিম আফতাৰ (লাঙিচুক, কলিয়াবৰ, নগাঁও জিলা), আজিদ আলি (লাঙিচুক, কলিয়াবৰ, নগাওঁ জিলা), ফয়দুল আলি (লাঙিচুক, কলিয়াবৰ, নগাঁও জিলা) আৰু আমিনুল আলি (কাঠপাৰা, নগাঁও জিলা)।

ল’কডাউনৰ সময়ছোৱাত এসাজ খাই এসাজ লঘোণে থাকিবলগীয়া হৈছে যুৱককেইজন।

ল’কডাউনৰ সময়ছোৱাত নিজৰ মজুৰি লাভৰ পৰা বঞ্চিত হৈ আছে যুৱককেইজন।

তাৎপৰ্যপূৰ্ণ ভাৱে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অসম কেয়াৰ আঁচনিৰ অধীনত বহিঃৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিক, ছাত্ৰ-ছাত্ৰী বা তীৰ্থযাত্ৰীসকলক প্ৰতিমাহে ২ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল যদিও পাঁচোজন যুৱকে এতিয়াও লাভ কৰা নাই কোনো সাহায্য।

তেওঁলোকে বাৰম্বাৰ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নম্বৰত মিছডকল দি আছে আৰু প-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰি আছে যদিও তেওঁলোকৰ এজনৰো একাউন্টত এতিয়ালৈকে ধনৰাশি জমা হোৱা নাই।

ইপিনে, ঘৰৰ অৱস্থা একেবাৰে দুৰ্বল বাবে পৰিয়ালৰ লোকেও কোনোধৰণৰ সহায় কৰিব পৰা নাই যুৱককেইজনক।

সেয়েহে তেওঁলোকৰ সমগ্ৰ দুখ-দুৰ্দশা বিৱৰি আজি দুপৰীয়া এক ফেইচবুক লাইভ কৰে যুৱককেইজনে।

উক্ত ফেইচবুক লাইভৰ জৰিয়তে তেওঁলোকে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক অসমলৈ ঘূৰাই নিবৰ বাবে সুবিধা কৰি দিবলৈ কাতৰ অনুৰোধ জনায়।

ইয়াৰোপৰি, হায়দৰাবাদৰ পচমপলীত আৱদ্ধ হৈ থকা যুৱককেইজনে ইচ্ছুক ব্যক্তিক সহায়ৰ বাবে 9101461301 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

https://m.facebook.com/story.php?story_fbid=679348292826120&id=100022528653094

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd