• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাড় কঁপোৱা ঠাণ্ডাত বন্ধ ঘৰত হিটাৰ চলাই শুইছিল; শ্বাসৰুদ্ধ হৈ একেটা পৰিয়ালৰে ৫ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2025 2:10 pm
3.5k
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰত তাপমাত্ৰা এতিয়া মাইনাছ ডিগ্ৰী। তাত বৰফো পৰিছে প্ৰচুৰ। এই ভয়ংকৰ ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ গোটেই পৰিয়ালটোৱে ৰাতি ঘৰৰ ভিতৰত গেছ হিটাৰ জ্বলাই লৈ শুইছিল। সেই টোপনিয়েই আছিল শেষ টোপনি। শ্বাসৰুদ্ধ হোৱাৰ ফলত পিতৃ-মাতৃ আৰু তিনিওটা সন্তানৰ মৃত্যু হয়।

অচেতন অৱস্থাত তেওঁলোকক চিকিৎসালয়লৈ নিয়াৰ পিছতত চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ জিলাত।

জানিব পৰা মতে, পৰিয়ালটো বাৰামুল্লা জিলাৰ বাসিন্দা যদিও তেওঁলোকে শ্ৰীনগৰত ভাড়াঘৰ লৈ আছিল। দেওবাৰে স্থানীয় ৰাইজে ঘৰৰ ভিতৰতে ৫ জন অচেতন লোকক উদ্ধাৰ কৰে। চিকিৎসালয়লৈ নিয়াত চিকিৎসকে কয় যে তেওঁলোকৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হৈছে।

এই দুৰ্ঘটনাৰ খবৰ পাই জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শোক প্ৰকাশ কৰে। তেওঁ এক্স হেণ্ডেলত মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে শীতকালৰ পৰা হাত সাৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনায়।

পূৰ্বৰ অভিলেখ ভংগ কৰি এই হাড় কঁপোৱা ঠাণ্ডাই শীতকালত আঘাত হানিছে জম্মু-কাশ্মীৰত। যোৱা দেওবাৰে তাপমাত্ৰা মাইনাছ ১৭ ডিগ্ৰীলৈ হ্ৰাস পাইছিল। কাশ্মীৰৰ অধিকাংশ অঞ্চল বৰফেৰে আবৃত হৈ পৰিছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।

তাত কোৱা হৈছে, শীতৰ পৰা বাচিবলৈ এতিয়া কাশ্মীৰৰ ঘৰে ঘৰে ৰুম হিটাৰ ব্যৱহাৰ কৰা হৈছে। কিন্তু একাংশ লোকে ভুল কৰি এল পি জি হিটাৰ ব্যৱহাৰ কৰিছে যিটো অতি বিপদজনক। প্ৰশাসনে কয় যে ঘৰৰ বাহিৰলৈ গেছ নিঃসৰণৰ ব্যৱস্থা থকা হিটাৰ ব্যৱহাৰ কৰাটো নিৰাপদ। লগতে বন্ধ কোঠাত হিটাৰ ব্যৱহাৰ নকৰিবলৈ বাৰ্তা দিয়া হৈছে।

প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে এল পি জি হিটাৰৰ পৰা কাৰ্বন মনোক্সাইড গেছ নিৰ্গত হয়। এই হিটাৰবন্ধ কোঠাত ব্যৱহাৰ কৰিলে ক্ষতিকাৰক গেছবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰি কোঠাটোৰ ভিতৰত বিয়পি পৰে। ফলত অক্সিজেনৰ মাত্ৰা কমি যায় আৰু মানুহৰ মৃত্যু ঘটে। ইয়াতো একেই ঘটনা হোৱা বুলি দাবী কৰা হৈছে।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd