• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

কুকিসকলৰ পিনে উঠিছে অভিযোগৰ আঙুলি। অৱশ্যে অভিযুক্তৰ পৰিচয় সন্দৰ্ভত এতিয়ালৈকে মণিপুৰ আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 28, 2026 9:11 am
63
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একেদিনাই মণিপুৰত নগা সম্প্ৰদায়ৰ পাঁচজন লোক হত্যাৰ বলি হয়। বৃহস্পতিবাৰে কাংপকপি জিলাত সংঘটিত হয় এই ভয়াবহ ঘটনা। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে দুৰ্বৃত্তই অঞ্চলটোত প্ৰৱেশ কৰি গুলীচালনা আৰম্ভ কৰে। নিহতসকলৰ ভিতৰত এজন স্থানীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল।

কুকিসকলৰ পিনে উঠিছে অভিযোগৰ আঙুলি। অৱশ্যে অভিযুক্তৰ পৰিচয় সন্দৰ্ভত এতিয়ালৈকে মণিপুৰ আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই। মণিপুৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ইউমনাম খেমচান্দ সিঙে এনেধৰণৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে।

Apply Now

উল্লেখ্য যে ২০২৩ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰত অশান্তিৰ সৃষ্টি হৈছে। হিংসাৰ বাবে এই অঞ্চলত কেইবাশ লোকৰ মৃত্যু হৈছে। নিৰাপত্তাৰক্ষীৰ ওপৰতো বাৰে বাৰে আক্ৰমণ সংঘটিত হৈ আহিছে। বিগত মাহত বিদ্ৰোহীৰ আক্ৰমণত আছাম ৰাইফলছৰ দুজন জোৱান নিহত হৈছিল।

কুকি-মেইটেই সংঘাতৰ ফলত মণিপুৰত ইখনৰ পিছত সিখন জিলা জ্বলি উঠিছে। ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত কাংপকপি আৰু সেনাপতি জিলা অন্যতম। এনে পৰিস্থিতিত চৰকাৰৰ লগতে বিভিন্ন নাগৰিক সমাজৰ সংগঠনে শান্তি ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

অৱশ্যে কুকি গোষ্ঠীয়ে হিংসাত্মক কাৰ্যকলাপ অব্যাহত ৰখাৰ অভিযোগ বাৰে বাৰে উত্থাপন হৈ আহিছে। দাবী কৰা হৈছে যে তেওঁলোকক ‘ছাছপেন্সন অফ অপাৰেছন’ চুক্তিত স্বাক্ষৰ কৰা প্ৰায় দুই ডজন বিদ্ৰোহী সংগঠনে সমৰ্থন জনাইছে।

বৃহস্পতিবাৰে মণিপুৰ চৰকাৰৰ এক বিবৃতিত কোৱা হৈছে যে মুখ্যমন্ত্রী ইউমনাম খেমচান্দ সিং, অন্যান্য ৰাজ্যিক মন্ত্রী, আমোলা আৰু নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে শান্তি আলোচনা প্রক্রিয়াত জড়িত যিকোনো সংগঠনৰ কোনো সদস্যক নির্দিষ্ট শিবিৰৰ বাহিৰত অস্ত্র লৈ ঘূৰি ফুৰা দেখা গ’লে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ লগতে নিৰীহ সাধাৰণ নাগৰিকক নিৰ্মমভাৱে গুলীচালনা কৰি হত্যা কৰা কাৰ্যক চৰকাৰে তীব্ৰ গৰিহণা দিয়ে।

কিছুদিন পূৰ্বেই মণিপুৰ অস্থিৰ হৈ পৰাৰ খবৰ পোৱা গৈছিল। দুটা গোটৰ সংঘৰ্ষৰ মাজত এজন চি আৰ পি এফ জোৱান গুলীবিদ্ধ হয়। দুষ্কৃতিকাৰীয়ে ইটোৰ পিছত সিটো ঘৰ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

দেওবাৰৰ নিশাৰ পৰা সোমবাৰে পুৱালৈ ৰাজ্যখনত ধাৰাবাহিক হিংসাত্মক ঘটনাই ব্যাপক আতংক বিয়পাই দিয়ে। এইবাৰ বৃহস্পতিবাৰে দুস্কৃতিকাৰীৰ আক্ৰমণত পুনৰ ৰক্তাক্ত হৈ পৰিল মণিপুৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd