DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী দবা একাডেমিৰ পাঁচ গৰাকী প্ৰশিক্ষাৰ্থীলৈ ফিডে ৰেটিং

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 2, 2022 6:03 pm
95
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী দবা একাডেমিৰ প্ৰশিক্ষাৰ্থী জগজিত সিনহা, শুভাঙ্গ প্ৰাণ কাশ্যপ, সুহান পতি, অন্তৰীপ বৰুৱা আৰু জয়ৰাজ বৰ্মনৰ নাম বিশ্ব দবা মহাসংঘই এক আগষ্ট,২০২২ত প্ৰকাশ কৰা ফিডে ৰেটিং তালিকাত অন্তৰ্ভুক্ত হৈছে।

এক আগষ্ট,২০২২ত প্ৰকাশ কৰা ফিডে ৰেটিং তালিকা অনুসৰি জগজিতে ১৩০৯ ৰেটিং পইণ্ট, শুভাঙ্গ প্ৰানে ১২৬৯ ৰেটিং পইণ্ট, সুহানে ১১৫৯ ৰেটিং পইণ্ট, অন্তৰীপে ১১১৩ ৰেটিং পইণ্ট আৰু জয়ৰাজে ১০৩৮ ৰেটিং পইণ্ট লাভ কৰে।

খেলুৱৈ সকলক ৩ জুলাইৰ পৰা ৮ জুলাই,২০২২লৈ গুৱাহাটীত অনুষ্ঠিত চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা প্ৰতিযোগিতাত কৰা প্ৰদৰ্শণৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হৈছে।

বৰ্তমান জগজিত, শুভাঙ্গ প্ৰান, সুহান, অন্তৰীপ আৰু জয়ৰাজ গুৱাহাটী দবা একাডেমিত ফিডে স্বীকৃতি প্ৰাপ্ত দবা প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
খেলুৱৈ সকলক তেওঁলোকৰ এই কৃতিত্বৰ বাবে গুৱাহাটী দবা একাডেমীয়ে অভিনন্দন জনাইছে।

Recent News

Gauhati High Court home guard

গৃহৰক্ষী জোৱানলৈ সুখবৰ! ৯ হাজাৰ টকাৰ পৰিৱৰ্তে ২৩ হাজাৰ টকালৈ ভাট্টা বৃদ্ধিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Nitish Kumar Bihar

নীতিশ কুমাৰৰ পদত্যাগ: নতুন সিদ্ধান্তৰ পূৰ্বে সাক্ষাৎ লালুপুত্ৰ তেজস্বীক

Jaundice: গ্ৰীষ্মকালত বহু লোকৰ জণ্ডিচ হয়; জণ্ডিচ নিৰাময়ৰ বাবে আহাৰৰ কি দৰে যত্ন ল’ব লাগে জানো আহক

Jaundice: গ্ৰীষ্মকালত বহু লোকৰ জণ্ডিচ হয়; জণ্ডিচ নিৰাময়ৰ বাবে আহাৰৰ কি দৰে যত্ন ল’ব লাগে জানো আহক

‘হৰ্ছ-ট্রেডিং’-ক্ৰছ-ভোটিং’ৰ ‘মাষ্টাৰমাইণ্ড’ অসমৰ মুখ্যমন্ত্ৰীঃ ভূপেন বৰা

‘হৰ্ছ-ট্রেডিং’-ক্ৰছ-ভোটিং’ৰ ‘মাষ্টাৰমাইণ্ড’ অসমৰ মুখ্যমন্ত্ৰীঃ ভূপেন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd