• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

খবৰ ল'বলৈ আহৰি নাই কেন্দ্ৰীয় চৰকাৰৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 16, 2022 4:29 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰলংকৰী বান আৰু ভূমিস্খলনৰ ফলত অসমৰ ছয় খন জিলাত আজিও অব্যাহত আছে অবৰ্ণনীয় অৱস্থা।

ইয়াৰ মাজতে ভূতৰ ওপৰ দানহ পৰা দি বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা কৰা হৈছে। বান আৰ ভূমিস্খলনৰ ফলত কালি ডিমা হাচাও জিলাৰ কেইবা ঠাইতো ৰে’ল দলং উটি যোৱাকে ধৰি ৰে’ল লাইন বিধ্বস্ত হোৱাৰ ফলত উক্ত পথছোৱাৰে ৰে’লৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে। আজিও লামডিং আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ কমেও ৫০ টা স্থানত ভূমিস্খলন ঘটাৰ খবৰ আহিছে।

Apply Now

সমগ্ৰ পথছোৱাত এতিয়া বহু ঠাইতে ৰে’ল লাইনৰ চিন-মোকাম নোহোৱা হৈ পৰিছে। ৰে’ল বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে লামডিঙত বাহৰ পাতি পৰস্থিতি পৰ্যবেক্ষণ কৰি আছে। ৰে’ল বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা মতে লামডিং-বদৰপুৰ ৰে’লপথেৰে ৰে’ল যাতায়াত স্বাভাৱিক হৈ উঠিবলৈ কমেও চাৰি মাহ সময় লাগিব। বৰাককে ধৰি মিজোৰাম , ত্ৰিপুৰা আদি ৰাজ্যলৈ ৰে’লেৰে খাদ্য সামগ্ৰী মূলতঃ এই পথেৰেই সৰবৰাহ কৰা হয়।

সেয়ে ৰে’লপথছোৱা মাহৰ পিছত মাহ ধৰি বন্ধ হৈ থাকিলে বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটে দেখা দিয়াৰ পূৰ্ণ আশংকা আশংকা আছে। অৱশ্যে শ্বিলং হৈ স্থলপথেৰে উক্ত স্থানসমূহলৈ খাদ্য সামগ্ৰী সৰবৰাহ কৰাৰ সুবিধা আছে যদিও বৃহত্তৰ অঞ্চলটোৰ খাদ্যৰ চাহিদা কেৱল স্থল পথেৰে খাদ্য সৰবৰাবহ কৰি পূৰণ কৰিব পৰা যাব নে নাই তাকেলৈ সন্দেহৰ সৃষ্টি হৈছে। বছৰৰ প্ৰথমটো বানতে অসমৰ ছয় জিলাত বান আৰু ভূমিস্খলনে কালান্তক ৰূপ ধাৰণ কৰিছে।

মূল বাৰিষাৰ দিনবোৰত ৰাজ্যৰ বান পৰস্থিতি কিমান বেছি বেয়াৰ দিশে ধাৱমান হয় তাকেলৈ এতিয়া ৰাজ্যবাসী চিন্তিত হৈ পৰিছে। অসমৰ ছয় খন জিলাত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছতো এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰতিনিধিয়ে অসমলৈ আহি পৰিস্থিতিৰ বুজ লোৱা নাই অথবা সংকটকালত ৰাজ্য খনলৈ কোনো সাহায্যও সাহায্যও ঘোষণা কৰা নাই।


ইপিনে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ ছয়খন জিলাৰ ৯৪ খন গাঁৱৰ মুঠ ২৪,৬৮১ জন লোক ক্ষতিগ্ৰস্ত হৈছে। বানে সংহাৰী ৰূপ ধাৰণ কৰা জিলা কেইখন হৈছে ক্ৰমে – কাছাৰ, ধেমাজি, হোজাই, কাৰ্বি আংলং পশ্চিম, নগাঁও আৰু কামৰূপ (মেট্ৰো)।

বানপীড়িত জিলাসমূহত ১৭৩২.৭২ হেক্টৰ শস্যভূমিও জলমগ্ন হৈ পৰিছে। কেৱল কাছাৰ জিলাত ২১ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। সেনা, অৰ্ধ সামৰিক বাহিনী, এছডিআৰএফ, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাই কাছাৰ জিলাৰ বানপীড়িত অঞ্চলৰ পৰা ২,১৫০ জন লোকক উদ্ধাৰ কৰিছে।

ভূমিস্খলনৰ বাবে শিলচৰ-লামডিঙৰ মাজত ৰে’লসেৱা অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰা হৈছে।উত্তৰ পূব ৰে’লৱেই প্ৰকাশ কৰা অনুসৰি বাতিল কৰা ৰে’লসমূহৰ ভিতৰত আছে গুৱাহাটী-বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ, গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, শিয়ালদহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ, আগৰতলা-বেংগালুৰু হামছফৰ এক্সপ্ৰেছ, ৰাণী কমলাপতি-আগৰতলা স্পেচিয়েল ট্ৰেইন, নতুন দিল্লী-শিলচৰ এক্সপ্ৰেছ, শিলচৰ-নিউ তিনিচুকীয়া এক্সপ্ৰেছ, আগৰতলা-দেওঘৰ এক্সপ্ৰেছ, গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ আদি কেইবাখনো ৰে’ল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd