• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Assam flood ক্ৰমাৎ উন্নত হৈছে বঙাইগাঁও জিলাৰ বান পৰিস্থিতি

১৬৭ খনৰ পৰা ৮০ খনলৈ হ্ৰাস বানৰ কবলত থকা গাঁৱৰ সংখ্যা

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
June 23, 2022 8:35 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ উন্নত হৈছে বঙাইগাঁও জিলাৰ বান পৰিস্থিতি। বুধবাৰে জিলাখনৰ বানৰ কবলত থকা গাঁৱৰ সংখ্যা ৮০ খনলৈ হ্ৰাস পাইছে ৷ মঙলবাৰে জিলাখনৰ ১৬৭ খন গাঁও বানৰ কবলত আছিল। বানাক্ৰান্ত গাঁওসমূহৰ মুঠ ৭৪,৫৪২ গৰাকী লোকৰ বাবে জিলা প্ৰশাসনে খাদ্য সামগ্ৰী,অন্যান্য সহায়ক সামগ্ৰী প্ৰদান, চিকিৎসা ব্যৱস্থা আদি অব্যাহত ৰাখিছে।

জিলা উপায়ুক্ত নবদ্বীপ পাঠকৰ তৎপৰতাত জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ লোক, ৰাজহ চক্ৰ কাৰ্যালয়ৰ লোক, যোগান বিভাগৰ লোক, স্বাস্থ্য বিভাগৰ লোক, লোকনিৰ্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আদিয়ে বানাক্ৰান্ত লোকসকলৰ বাবে সকলো ধৰণৰ সহায়-সাহায্য প্ৰদান কৰি আছে।

Apply Now

জিলা উপায়ুক্তগৰাকীয়ে সকলো বানাক্ৰান্ত এলেকাত নিজে গৈ বন্যাৰ্তৰ সমস্যাৰ বুজ লৈ আছে। আনহাতে বুধবাৰেও মাণিকপুৰত ৩ টা, বইটামাৰীত ২টা আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰত ১০ টা(মুঠ ১৫টা) আশ্ৰয় শিবিৰত ৪,৪৭৯গৰাকী লোকে আশ্ৰয় লৈ আছে।

ইয়াৰে ভিতৰত ১,২২৩ টি শিশু আৰু ৭৭ গৰাকী গৰ্ভৱতী মহিলা আৰু মাতৃদুগ্ধ পান কৰি থকা শিশুৰ মাতৃও আছে। ইপিনে ১৬টা সাহায্য বিতৰণ কেন্দ্ৰযোগে বন্যাৰ্তসকলৰ মাজত সাহায্য বিতৰণ কৰা হয়। সেইদৰে ১৬টা চিকিৎসা সেৱাৰ দলে বানাক্ৰান্তসকলক চিকিৎসা সেৱা আগবঢ়াই আছে। বুধবাৰৰ দিনটোত বানাক্ৰান্ত লোকসকলৰ মাজত ১৬৪.০৪ কুইন্টল চাউল, ৩১.৫২ কুইন্টল দাইলৰ, ৯.৪৪ কুইন্টল নিমখ , ৩২০.১০ লিটাৰ মিঠাতেল আৰু শিশুখাদ্য বিতৰণ কৰা হয়। ইয়াৰ উপৰিও মাডাৰ হৰলিক্স, বিস্কুট, আমূল টাজা গাখীৰ আদিও দিয়া হৈছে।

আনহাতে খাদ্য সামগ্ৰীৰ উপৰিও ব্লিচিং পাউদাৰ, হেলোজেন টেবলেট, ফেনাইল, হেণ্ড টিউবেল, ত্ৰিপাল, মহখেদা ধূপ, চেনিটাৰী নেপকিন, ডাষ্টবিন আদিও বানাক্ৰান্ত লোকসকলক যোগান ধৰা হৈছে। উল্লেখ্য যে মঙলবাৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা সাহায্য সামগ্ৰী হিচাপে ১২৩৭.৫২ কুইন্টল চাউল ,২৩৩.৫৭ কুইন্টল দাইল , ৭০.০১ কুইন্টল নিমখ আৰু ২১৩৫.০৪ লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছিল ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd