• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ASSAM FLOOD বঙাইগাঁও জিলাৰ ৮৮ খন গাঁও আজিও আছে বানৰ কবলত 

৩২ টা আশ্ৰয় শিবিৰত ৮,৩৬৭ গৰাকী বন্যাৰ্তৰ আশ্ৰয় গ্ৰহণ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
June 19, 2022 8:40 pm
179
VIEWS
Share on FacebookShare on Twitter

Bongaigaon বঙাইগাঁও জিলাত বান পৰিস্থিতি অব্যাহত আছে ৷ দেওবাৰেও জিলাখনৰ বইটামাৰী, সৃজনগ্ৰাম আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ ৮৮ খন গাঁও প্লাবিত হৈ আছে। তাৰে ভিতৰত বইটামাৰী ৰাজহ চক্ৰত ২০খন গাঁও, সৃজনগ্ৰামৰ ৬৩ খন আৰু মাণিকপুৰৰ ৫ খন গাঁও বৰ্তমান পৰ্যন্ত প্লাবিত হৈ আছে।

উক্ত গাঁওসমূহৰ মুঠ ১৯,২০৯ গৰাকী লোক বানৰ কবলত পৰিছে ৷ সেইদৰে ৩২১.০০হেক্টৰ কৃষিভূমি বানাক্ৰান্ত হৈ আছে। চলন্তাপাৰা এম ভি স্কুল, চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঢাকনাবাৰী আদৰ্শ বিদ্যালয়, নগৰঝাৰ (অস্থায়ী আশ্ৰয় স্থল), শ’লমাৰী এল পি স্কুল, নোৱাগাঁও হাইস্কুল, নাম্বাৰপাৰা হাইস্কুল, শৌলমাৰী বজাৰ, মাৰৱাৰী ধৰ্মশালা(অভয়াপুৰী চহৰ), বালাৰচৰ দ্বিতীয় খণ্ড মথাউৰি শিবিৰ, বালাৰচৰ নৱজ্যোতি এল পি স্কুল, মাত্ৰাঘোলা পাৰঘাট শিবিৰ, হুৰামাৰা প্ৰথম খণ্ড মথাউৰি শিবিৰ, ৬০২ নং মেৰেৰচৰ এল পি স্কুল, সতী জয়মতী কোকিলা এম ভি স্কুল, বীণাপানি ইউনাইটেড হাইস্কুল, বাংলাপাৰা এম ভি স্কুল, গোলাপাৰা প্ৰথম খণ্ড হাইলেণ্ড শিবিৰ, বাংলাপাৰা মথাউৰি শিবিৰ, জপেয়া বৰইচালা আঞ্চলিক ক্লাব, গোলাপাৰা হাইস্কুল, গোলাপাৰা পকী দলং শিবিৰ, চাকলা দ্বিতীয় খণ্ড মথাউৰি শিবিৰ, নাম্বাৰপাৰা তৃতীয় খণ্ড মথাউৰি শিবিৰ, নাম্বাৰপাৰা আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়, নাম্বাৰপাৰা দ্বিতীয় খণ্ড বজাৰগৃহ শিবিৰ,শৌলমাৰী লোকনিৰ্মাণ পথ শিবিৰ, নাম্বাৰপাৰা প্ৰথম খণ্ড পথ শিবিৰ , চাকলা প্ৰথম খণ্ড পথ শিবিৰ, নাম্বাৰপাৰা তৃতীয় খণ্ড এল পি স্কুল, কোকিলা প্ৰথম খণ্ড মথাউৰি শিবিৰ, ৭৬০ নং কোকিলা মাজেৰচৰ এল পি স্কুলকে ধৰি মুঠ ৩২ টা আশ্ৰয় শিবিৰত দেওবাৰে ৮,৩৬৭ গৰাকী লোকে আশ্ৰয় লৈ আছে।

আনহাতে ৩৪ টা ৰিলিফ প্ৰদান কেন্দ্ৰৰ জৰিয়তে বন্যাৰ্ত লোকসকলক সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে। দেওবাৰে বঙাইগাঁও জিলা প্ৰশাসনে বন্যাৰ্ত লোকসকলৰ মাজত চাউল ১২৪২.৩৩ কুইন্টল,দাইল ২৩৪.৪৮ কুইন্টল, নিমখ ৭০.৩২ কুইন্টল,মিঠাতেল ৬৪৩২.৫০ লিটাৰ বিতৰণ কৰিছে। ইয়াৰ উপৰিও শিশুখাদ্য, পশুখাদ্য, হেলোজেন ,দৰব, ত্ৰিপাল, মমবাতি আৰু অন্যান্য সহায়ক সামগ্ৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা দেওবাৰে বিতৰণ কৰা হয় ৷

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd