• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নীপকোৰ ৰঙানদীৰ বান্ধৰ এৰি দিয়া পানীয়ে বুৰাই পেলাইছে লখিমপুৰৰ কেবাখনো গাঁও

ৰঙানদীৰ মথাউৰিতে বান্ধৰ পানী খুলি দিয়াৰ নীপকোৰ বিৰুদ্ধে প্ৰতিবাদ বন্যাক্ৰান্তৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
May 24, 2020 4:59 pm
1

নীপকোৰ বিৰুদ্ধে প্ৰতিবাদ বন্যাক্ৰান্তৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰ্থ ইষ্ট ইলেক্ট্ৰিকেল পাৱাৰ ক’ৰ্পৰেশ্যন( NEEPCO)ৰ ৰঙানদীৰ বান্ধৰ পানী এৰি দিয়াৰ ফলত আজিও অপৰিৱৰ্তিত হৈ আছে লখিমপুৰৰ বান পৰিস্থিতি।

হাইড্ৰ ইলেক্ট্ৰিক প্লান্ট( RHEP)ৰ অৰুনাচল প্ৰদেশৰ য়াজালিত অৱস্থিত ৰঙানদী বান্ধৰ পানী এৰি দিয়াৰ ফলত আজি তৃতীয় দিনৰ বাবে ৰঙানদীৰ নামনি অংশ বানত বুৰ গৈয়ে আছে।

Apply Now

যোৱা ২৪ ঘন্টাত অবিৰতভাৱে বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত আৰু ন ন অঞ্চল জলমগ্ন হোৱা পৰিলক্ষিত হৈছে।

লখিমপুৰ জিলা জৰুৰী অভিযান কেন্দ্ৰই(DEOC)ৰ এক সূত্ৰৰ মতে প্ৰথম পৰ্যায়ত যোৱা ২২ মে’ৰ পৰা শনিবাৰৰ নিশা ৯.৪০ বজালৈ অৰুনাচলত অভ্যন্তৰত থকা বান্ধটোৰ গেট খুলি পানী এৰি হৈছিল।

ইয়াৰ পিছতো অঞ্চলটোত অবিৰত বৃষ্টিপাতৰ হোৱাৰ বাবে নীপকোৱে আজি পুৱা ৫ বজাৰ পৰা ৬ বজালৈ ১৫০০ মি.মি. বান্ধৰ পানী এৰি দিয়া বুলি লখিমপুৰ DEOCএ জানিবলৈ দিয়ে।

উল্লেখ্য যে বান্ধৰ এৰি দিয়া পানী লখিমপুৰ জিলাত প্ৰৱেশ কৰিবলৈ প্ৰায় তিনি ঘণ্টা সময় লাগে।

ইতিমধ্যে ৰঙানদীৰ বান্ধৰ এই এৰি দিয়া পানীয়ে জিলাখনৰ নাওবৈচা আৰু বিহপুৰীয়া ৰাজহ চক্ৰৰ পাঁচনৈ-বৰবীল এলেকাৰ পৰা আমতল-মালুৱালৰ বিভিন্ন গাঁও প্লাৱিত কৰিছে।

লখিমপুৰ জিলা প্ৰশাসনৰ মতে জিলাখনৰ ছখন গাঁৱৰ ৩,২০৩ লোকে যোৱা ২০ বছৰ ধৰি ৰঙানদীৰ বান্ধৰ পৰা সৃষ্ট বানত আক্ৰান্ত হৈ আহিছে। প্ৰতিবাৰে এই বান্ধৰ পৰা উৎপত্তি হোৱা বানে অঞ্চলটোৰ ১৯৩.৫২ হেক্টৰ কৃষিভূমিক বুৰাই পেলায়।

উল্লেখ্য যে, শনিবাৰে জিলাখনৰ পাঁচনৈত ৰঙানদীৰ মথাউৰিৰ পাৰতে ৰঙানদী বান্ধৰ পানী এৰি দিয়াৰ বিৰুদ্ধে বনাক্ৰান্তই এক প্ৰতিবাদী কাৰ্যসূচীয়ো ৰূপায়ণ কৰে।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd