• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰলয়ংকৰী বানপানী আৰু ভূমিস্খলন : মৃতকৰ সংখ্যা ১০১জনলৈ বৃদ্ধি, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2021 5:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডোনেচিয়াৰ পূব প্ৰান্তৰ আৰু ইণ্ডোনেছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ ইষ্ট টিম’ৰ প্ৰলয়ংকৰী বানপানীত ডুবিছে।

বানপানীৰ উপৰিও ভূমিস্খলনো সংঘটিত হৈছে।

Apply Now

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন আয়োগে কৈছিল দেওবাৰে পুৱালৈকে বানপানী-ভূমিস্খলনৰ ফলত কমেও ৪৪জন লোকে প্ৰাণ হেৰুৱাইছিল।

তাৰপাছত দেওবাৰৰ দিনটোতে দুয়োখন দেশৰ মৃতকৰ সংখ্যা কমেও ১০১ হৈছেগৈ।

মূষলধাৰ বৰষুণৰ ফলত নদীবান্ধসমূহ ডুবি যোৱাৰ বাবে হাজাৰ হাজাৰ লোকৰ ঘৰ পানীয়ে বুৰাই পেলাইছে।

কেৱল ইণ্ডোনেছিয়াতে মৃত্যু হৈছে ৮০জনকৈ লোকৰ।

ইদোনেছিয়াৰ পূব প্ৰান্তৰৰ ফ্লোৰছ দ্বীপত এই বানপানী-ভূমিস্খলন হৈছে।

খ্ৰীষ্টানধৰ্মী লোকেৰে ভৰি থকা দ্বীপটোত ইষ্টাৰ (Easter) উৎসৱৰ প্ৰাকক্ষণত হোৱা মূষলধাৰ বৰষুণৰ ফলতে এই বানপানী হৈছে।

বানপানী-ভূমিস্খলনৰ ফলত দ্বীপটোৰ ৰাস্তা-দলংসমূহ ধ্বংস হৈছে।

তদুপৰি আবাসীসকলৰ বাসগৃহসমূহত বোকা সোমাইছে।

উদ্ধাৰকাৰী বাহিনীয়ে অতি কঠিন পৰিস্থিতিৰ সম্মুখীন হৈও উদ্ধাৰকাৰ্য চলাই থকা বুলি বিভাগীয় কৰ্তৃপক্ষই জনাইছে।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন আয়োগে জনোৱামতে, বানপানীৰ ফলত হোৱা বোকা আৰু দুৰ্যোগপূৰ্ণ বতৰৰ বাবে উদ্ধাৰকাৰ্য কঠিন হৈ পৰিছে।

আয়োগে কোৱামতে, এতিয়াও বহু লোক বোকাৰ মাজত মৃত অৱস্থাত আছে আৰু কিমান সংখ্যক লোক নিৰুদ্দেশ হৈ আছে সেই বিষয়ে আয়োগ অৱগত হোৱা নাই।

আনহাতে, ইষ্ট টিম’ৰত মৃত্যু হৈছে কমেও ২১জনকৈ লোক।

দ্বীপৰাষ্ট্ৰখনৰ ৰাজধানী দিলীত বানপানীয়ে চূড়ান্ত ৰূপ ধাৰণ কৰিছে।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জ’ক’ ৱিড’ড’য়ে মৃতকসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰিছে আৰু জনসাধাৰণক প্ৰশাসনৰ স’তে সহযোগ কৰিবলৈ অনুৰোধ কৰিছে।

উল্লেখযোগ্য যে বিধ্বংসী ভূমিস্খলন আৰু বানপানী ইন্দোনেছিয়াৰ বাবে বৰ্ষাকালীন ঋতুসমূহত নতুন নহয়।

চলিত বৰ্ষৰ জানুৱাৰীত, বানপানীত পতিত হৈ দেশখনৰ পশ্চিম জাভা প্ৰদেশৰ সুমেডাং নামৰ চহৰখনত ৪০জন লোকৰ মৃত্যু হৈছিল।

তদুপৰি, দেশখনৰ বৰ্ণিঅ’ত যোৱা ছেপ্টেম্বৰ মাহত ভূমিস্খলন ঘটি কমেও ১১জন লোকৰ প্ৰাণহানি ঘটিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd