DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বানপানীৰ কবলত বোকাখাতৰ ৫৩ খন গাঁও; ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

উত্তম শইকীয়া by উত্তম শইকীয়া
July 21, 2020 6:25 pm
ফটো-নৰ্থ-ইষ্ট নাও

ফটো-নৰ্থ-ইষ্ট নাও

220
VIEWS
Share on FacebookShare on Twitter

উজনি অসমত আজি দিনৰ ভাগত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কিছু পৰিমাণে হ্ৰাস পোৱাৰ বিপৰীতে বোকাখাতৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ কোনোধৰণৰ পৰিবৰ্তন হোৱা নায়।

ইয়াৰ ফলত বোকাখাত মহকুমাৰ নতুন নতুন অঞ্চল প্লাৱিত হৈছে ৷ বানপানীত বোকাখাত মহকুমাৰ প্ৰায় ৬২,৯০০ ৰো অধিক লোক প্ৰভাৱিত হৈছে বুলি বোকাখাত মহকুমা প্ৰশাসনে জনাইছে ৷

বানাক্ৰান্ত লোকৰ আশ্ৰয়ৰ বাবে মহকুমাটোত মুঠ ১৪ টা আশ্ৰয় শিৱিৰ স্থাপন কৰিছে জিলা প্ৰশাসনে ৷

ৰাজ্যত হোৱা দ্বিতীয়টো বানত বোকাখাত মহকুমাৰ মহুৰা মৌজাৰ ১১ খন গাঁও, বোকাখাত মৌজাৰ ১৩ খন গাঁও আৰু কাজিৰঙা মৌজাৰ ২৯ খন গাঁও জলমগ্ন হোৱাৰ বিপৰীতে মহকুমাটোৰ ১২৮৭ হেক্টৰ কৃষি ভূমি  ক্ষতিগ্ৰস্ত হৈছে ৷

এই বানপানীৰ ফলত মহকুমাটোৰ কান্দুলিমাৰী গাঁৱৰ যুৱক বাবু খেৰীয়া আৰু মদেশ্বৰ দলে কৰুণ মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে। ইয়াৰ বিপৰীতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বল আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ ৪ টা গোটে সক্ৰিয়তাৰে মহকুমাটোৰ বিভিন্ন প্ৰান্তৰত মুঠ ২৮৬ জন লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে বুলি মহকুমা প্ৰশাসনে জনাইছে।

বান্যাৰ্ত লোকৰ সহায়ৰ বাবে মুঠ ২১ টা  সাহায্য বিতৰণ শিবিৰ স্থাপন কৰি খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন সমগ্ৰীৰো যোগান ধৰিছে মহকুমা প্ৰশাসনে ৷

১৪ টা আশ্ৰয় শিৱিৰত শৰণাৰ্থীৰ সুবিধাৰ্থে ১৮ টা অস্থায়ী শৌচাগাৰো  নিৰ্মাণ কৰা হৈছে ইয়াৰ উপৰিও বানাক্ৰান্ত এলেকাত নতুনকৈ ২৮ টা দমকল স্থাপন কৰাৰ লগতে ৩৬ টা দমকলৰ মেৰামতি কৰিছে প্ৰশাসনে। সকলোবোৰ আশ্ৰয় শিবিৰ চেনিটাইজ কৰাৰ লগতে ৰাইজৰ মাজত এতিয়ালৈকে মুঠ  ২.২৫০ টা কেমিকেলৰ পেকেট, ২৩,০০০ টা ব্লিচিং পাউদাৰৰ পেকেট, ১,২০,০০০ টা হেলজেন টেবলেট বিতৰণ কৰাৰ উপৰিও বানপানীৰ এলেকাত ৫৭,০০০ লিটাৰ খোৱাপানী যোগান ধৰিছে বুলি মহকুমা প্ৰশাসনে জানিবলৈ দিছে ৷

বান বিধ্বস্ত অঞ্চলবোৰত জনসাধাৰণৰ সুবিধাৰ বাবে ২০ টা চিকিৎসা শিৱিৰ আৰু ৪ টা পশু চিকিৎসা শিৱিৰৰো ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd