• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক‍’ৰ’না প্ৰতিৰোধৰ বাবে ‘দিল্লী মডেল’ অনুকৰণ কৰাৰ আহ্বান কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 1, 2020 1:01 pm

1 min read

ক‍’ৰ’না প্ৰতিৰোধৰ বাবে ‘দিল্লী মডেল’ অনুকৰণ কৰাৰ আহ্বান কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ
326
VIEWS
Share on FacebookShare on Twitter

দেশত ভয়াৱহভাৱে ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ সময়তে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিশাণ ৰেড্ডীয়ে ইয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলো ৰাজ্যকে দিল্লী মডেল অনুকৰণ কৰিবলৈ আহ্বান জনায়।

এই সন্দৰ্ভত তেওঁ কয়, ‍‘মই তেলেংগানা চৰকাৰক অনুৰোধ কৰিছো যে তেওঁলোকে পৰীক্ষা, চিনাক্ত আৰু চিকিৎসাত গুৰুত্ব দিয়ক। তেলেংগানাত পৰীক্ষা বৃদ্ধিৰ আৱশ্যক। যিমানেই বেছি পৰীক্ষা কৰা হ’ব সিমানেই ইয়াৰ সংক্ৰমণ ৰোধ কৰিব পৰা যাব’।

‍‘দিল্লী মডেল’ সম্পৰ্কত তেওঁ কয়, ‍‘আপোনালোকে জানে যে, মই ব্যক্তিগতভাৱে দিল্লী চোৱা চিতা কৰি আছো। ইয়াত আৰোগ্যৰ হাৰ ৮৪ শতাংশ। সকলো ৰাজ্যই দিল্লী মডেল অনুকৰণ কৰাৰ প্ৰয়োজন’।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেলেংগানা ইনষ্টিটিউট অফ মেডিকেল চায়েন্স এণ্ড ৰিচাৰ্ছ ভ্ৰমণত এই মন্তব্য কৰে।

ক’ৰ’না বিৰোধী যুঁজৰ বাবে ভৱিষ্যতে কেন্দ্ৰৰ তৰফৰ পৰা পি পি ই কিট আৰু ভেণ্টিলেটৰ প্ৰয়োজনীয় মাত্ৰাত তেলেংগানালৈ পঠিয়াব বুলি জানবলৈ দিয়ে।

এই ভ্ৰমণৰ সময়ছোৱাত ৰেড্ডীয়ে তেলেংগানা চৰকাৰক স্বাস্থ্যকৰ্মীসকলক গুৰুত্ব প্ৰদান কৰিবলৈও আহ্বান জনায়।

উল্লেখ্য যে কেন্দ্ৰই তেলেংগানাক এই পৰ্যন্ত ১২০০ ভেণ্টিলেটৰ, এন-৯৫ মাস্ক আৰু পি পি ই কিট যোগান ধৰা বুলিও কয়।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd