• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফুড ব্লগিঙৰ মৰ্মান্তিক পৰিণতি : ১০ ঘন্টা অবিৰতভাবে খাদ্য খাই মৃত্যু হ’ল ফুড ব্লগাৰ যুৱতী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 24, 2024 10:44 am
7.8k
VIEWS
Share on FacebookShare on Twitter

শিক্ষা আৰু প্ৰতিভা অনুসৰি সকলোৱে নিজৰ জীৱিকা বাছি লয়। আজিকালি বহু যুৱক-যুৱতীয়া ব্লগিঙক জীৱিকা হিচাপে বাচি লৈছে। সামাজিক মাধ্যমত ব্লগিঙৰ দ্বাৰা ধন উপাৰ্জন এক উত্তম উপায় হৈ পৰিছে। ব্লগিঙৰ বাবে কোনোবাই ভ্ৰমণ কৰিছে আৰু কোনোবাই খাদ্য খাই টকা উপাৰ্জন কৰিছে।

এইদৰেই ব্লগিং কৰি থকা অৱস্থাত এগৰাকী ২৪ বছৰীয়া যুৱতীৰ মৃত্যু হয়। পান জিয়াওটিং নামৰ এগৰাকী ফুড ব্লভাৰে খাদ্য খাই থকাৰ অৱস্থাত মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত লাখ লাখ দৰ্শকে তেওঁৰ ভিডিঅ’ চাই আছিল।

চিকিৎসকে জনোৱা মতে, অতিমাত্ৰা খাদ্য খোৱাৰ বাবেই যুৱতীগৰাকীৰ মৃত্যু হয়।

উল্লেখ্য যে সামাজিক মাধ্যমত ক্ৰমান্বয়ে জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ পিছত পানে ডাঙৰ ডাঙৰ খাদ্য প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ ধৰিলে। যাৰ বাবে কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ ওজন আছিল ৩০০ কিলোগ্ৰাম। পূৰ্বে আভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল।

Recent News

পেলেষ্টাইনীসকলক খান ইউনিছ খালী কৰিবলৈ নিৰ্দেশ ইজৰাইলৰ সেনাৰ

পেলেষ্টাইনীসকলক খান ইউনিছ খালী কৰিবলৈ নিৰ্দেশ ইজৰাইলৰ সেনাৰ

অপাৰেচন সিন্দুৰত আমেৰিকাৰ কোনো ভূমিকা নাছিল! সংসদীয় সমিতিক প্ৰদান কৰিলে সবিশেষ তথ্য

অপাৰেচন সিন্দুৰত আমেৰিকাৰ কোনো ভূমিকা নাছিল! সংসদীয় সমিতিক প্ৰদান কৰিলে সবিশেষ তথ্য

স্থায়ী বন্দোবস্তিৰ বাবে চক্ৰ বিষয়াক ৫ নং আৰু ৬ নং ৰায়তী প্ৰপত্ৰ প্ৰদান বৰদুৱাৰ বাগানৰ বাসিন্দাৰ

স্থায়ী বন্দোবস্তিৰ বাবে চক্ৰ বিষয়াক ৫ নং আৰু ৬ নং ৰায়তী প্ৰপত্ৰ প্ৰদান বৰদুৱাৰ বাগানৰ বাসিন্দাৰ

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd