DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰ্মান্তিক! খেল চলি থকাৰ সময়ত খেলপথাৰতে প্ৰাণ গ’ল ফুটবলাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2021 10:11 am
Sofiane-Lokar

ছোফিয়েন লোকাৰ।

2.4k
VIEWS
Share on FacebookShare on Twitter

আলজেৰিয়াৰ ঘৰুৱা লীগৰ খেল চলি থকাৰ মাজতে খেলপথাৰতে প্ৰাণ হেৰুৱালে ফুটবলাৰ ছোফিয়েন লোকাৰে। খেল চলি থকাৰ সময়ত নিজ দলৰে গ’লকীপাৰৰ সৈতে হোৱা সংঘৰ্ষৰ অলপ সময়ৰ পাছতেই মৃত্যু হয় ফুটবলাৰগৰাকীৰ।

সম্প্ৰতি আলজেৰিয়াত লীগ-টু টুৰ্ণামেন্ট চলি আছে আৰু এই টুৰ্ণামেন্টত মৌলোদিয়া ছাইদা আৰু এএছএম অ’ৰান ক্লাৱ মুখামুখি হৈছিল। দুয়োটা ক্লাৱৰ মাজত অনুষ্ঠিত খেলৰ মাজতে এই অঘটনটো ঘটে।

মৌলোদিয়া ছাইদাৰ হৈ খেলা ছোফিয়েন লোকাৰৰ বয়স আছিল মাত্ৰ ৩০ বছৰ।

Also Read: India vs South Africa: ৰাহুলৰ দুৰ্দান্ত শতক; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম দিনা ভাৰতৰ ৩উইকেটত ২৭২ৰাণ

শনিবাৰে খেল চলি থকাৰ সময়ত ছাইদাৰ ক্লাৱৰ অধিনায়ক লোকাৰৰ সৈতে তেওঁৰ দলৰে গ’লকীপাৰৰ সংঘৰ্ষ হয়। লগে লগে খেলপথাৰত ঢলি পৰে লোকাৰ।

প্ৰথমিক চিকিৎসা প্ৰদানৰ পাছত পুনৰ খেলিবলৈ লয় লোকাৰে। কিন্তু কেইমিনিটমান পাছতে পুনৰ খেলপথাৰত ঢলি পৰে ফুটবলাৰগৰাকী।

এখন এম্বুলেন্সেৰে ততাতয়াকৈ নিকট হাস্পাতাললৈ লৈ যোৱা হয় ফুটবলাৰ লোকাৰক। কিন্তু হাস্পাতালতেই মৃত্যু ঘটে ছোফিয়েন লোকাৰৰ। চিকিৎসকে হাৰ্ট এটেকৰ বাবেই ফুটবলাৰগৰাকীৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। 

Also Read: হাজোৰ বিবাহস্থলীত কুৰুক্ষেত্ৰ! বিয়া চলি থাকোতে আহি ওলাল প্ৰথমা পত্নী; তাৰ পাছত…

এই দু:সংবাদ লাভ কৰাৰ লগে লগেই খেল বন্ধ কৰা হয় আৰু দুয়োটা দলৰ খেলুৱৈসকল শোকত ভাগি পৰে।        

Recent News

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd