• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৫৫ বছৰত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেডত নাথাকে কোনো মুখ্য অতিথি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2021 12:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বত ক’ৰ’না ভাইৰাছৰ সংহাৰে জীৱনশৈলী যথেষ্ট পৰিমানে সলনি কৰি দিছে। সুৰক্ষিত থকাৰ স্বাৰ্থত বহুতো ডাঙৰ ডাঙৰ কাৰ্য্যসূচী বাতিল কৰা হৈছে।

ভাইৰাছ প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব অতি গুৰুত্বপূৰ্ণ। সেয়ে এইবাৰ ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীও অইন বছৰ সমূহৰ তুলনাত যথেষ্ট সাল সলনি ঘটোৱা হৈছে।

Apply Now

ভাৰতত যোৱা ৫৫ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেড অনুষ্ঠানত মুখ্য অতিথিৰূপে কোনো লোক উপস্থিত নাথাকে।

দৰাচলতে, এইবাৰ বৃটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনক গণৰাজ্য দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।

কিন্তু মঙলবাৰে বৰিছ জনছনে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি গণৰাজ্য দিৱস উদযাপনৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব নোৱাৰিব বুলি জনায়।

বৃটেইনত দেখা দিয়া ক’ৰ’না ভাইৰাছৰ নতুন সংক্ৰমণৰ বাবে দেশজুৰি পুনৰ এবাৰ লকডাউন ঘোষণা কৰিছে আৰু সেয়ে তেওঁ ভাৰতলৈ নহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৰিছ জনছনৰ ভাৰত ভ্ৰমণ বাতিল হোৱাৰ পিছত এতিয়া আৰু ভাৰতে কোনো লোককে মুখ্য অতিথিৰূপে আমন্ত্ৰণ জনোৱা নাই।

উল্লেখ্য যে ইয়াৰ পূৰ্বে, ১৯৬৬ চনৰ ১১ জানুৱাৰিত প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ বাবে কোনো লোকক আমন্ত্ৰণ জনোৱা হোৱা নাছিল।

শাস্ত্ৰীৰ মৃত্যুৰ পিছত ইণ্ডিৰা গান্ধীৰ নেতৃত্বত নতুন চৰকাৰে ১৯৬৬ চনৰ ২৪ জানুৱাৰিত অৰ্থাৎ গণৰাজ্য দিৱসৰ পেৰেডৰ মাত্ৰ দুদিন পূৰ্বে শপত লৈছিল। সেয়ে উক্ত বছৰত কোনো লোক গণৰাজ্য দিৱসত উপস্থিত নাছিল।

আৰু এইবছৰ মহামাৰী ক’ৰ’নাৰ বাবে গণৰাজ্য দিৱস সমাৰোহত কোনো লোক উপস্থিত নথকাটো প্ৰায় খাটাং হৈ পৰিছে।

দৰাচলতে, গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ বিদেশী গণ্য-মান্যৰ বাবে এক বিশেষ সন্মান।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৩ চনত ওমান চুলতান কবুছ বিন চৈইদে বিশেষ কাৰণৰ বাবে গণৰাজ্য দিৱসত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ স্থানত ভুটানৰ ৰজা জিগ্মে খেচৰক আমন্ত্ৰণ জনোৱা হৈছিল।

আনহাতে ২০১৯ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প উপস্থিত থাকিব নোৱাৰাত দক্ষিণ আপ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোচা উপস্থিত আছিল।

কিন্তু এইবাৰ ক’ভিড-১৯ৰ বাবে গণৰাজ্য দিৱসত বিকল্প নেতাৰ উপস্থিতিৰ সম্ভাৱনা প্ৰায় নাই বুলিয়েই ক’ব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd